Breaking

নাগালেণ্ডক ৬মাহৰ কাৰণে অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰৰ

0 2,030

নাগালেণ্ডক ৬ মাহৰ কাৰণে অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰৰ। আজিৰ পৰা এই ঘোষণা কাৰ্যকৰী কৰা হৈছে। Armed Forces (Special Power) Act 1958ৰ দফা ৩ৰ অধীনত কেন্দ্ৰৰ এই পদক্ষেপ। নাগালেণ্ডৰ পৰিস্থিতি ভয়াৱহ হৈ থকাৰ বাবে সামৰিক হস্তক্ষেপ প্ৰয়োজন বুলি মন্তব্য কেন্দ্ৰৰ। এখন ৰাজপত্ৰিত জাননী জাৰি কৰি কেন্দ্ৰীয় চৰকাৰে লৈছে এই পদক্ষেপ।

Leave A Reply