Breaking

বিশ্বৰ সবাতোকৈ জনপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

0 2,031

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰ্চা কেৱল দেশতেই নহয়, সমগ্ৰ বিশ্বতে হোৱা দেখা যায়। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তাৰ আকৌ এবাৰ প্ৰমাণ হ’ল ।

কৰ’ণাৰ সময়চোৱাত মোদীয়ে সমগ্ৰ বিশ্বতে বিশেষ চৰ্চাত আছে।  বিশ্বৰ নেতা সকলৰ তেওঁলোকৰ কাৰ্যকালত নজৰ ৰখা ডাটা ফৰ্ম মৰ্ণিং কনচাল্ট মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৫০ শতাংশ স্বীকৃতিৰ সৈতে বিশ্বৰ নেতা সকলৰ শীৰ্ষস্থানত আছে ।

মৰ্ণিং কনচাল্টত এয়াও দেখুওৱা হৈছে যে প্ৰধানমন্ত্ৰীৰ জনপ্ৰিয়তা সকলো বৈশ্বিক নেতাতকৈ ওপৰত ।ৰিপোৰ্টৰ মতে ৭৫ শতাংশ লোকে প্ৰধানমন্ত্ৰীক সমৰ্থন কৰে আৰু ২০ শতাংশ লোকে তেওঁক যোগ্য বুলি সমৰ্থন কৰা নাই। যাৰ ফলত তেওঁৰ স্বীকৃত ৰেটিং ৫৫ শতাংশ হয়। যি পৃথিৱীৰ বিভিন্ন নেতা সকলতকৈ অধিক ।

Leave A Reply