Breaking

চলচ্চিত্ৰ নিৰ্মাতা তথা ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ইন্দ্ৰজিৎ নাৰায়ণ দেৱৰ দেহাৱসান…

0 27

সাংস্কৃতিক জগতৰ বাবে দুঃখবৰ! চলচ্চিত্ৰ নিৰ্মাতা তথা ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ইন্দ্ৰজিৎ নাৰায়ণ দেৱৰ দেহাৱসান।

আজি পুৱা বেলতলাস্থিত ৰাণীবাগানৰ বাসগৃহত শেষনিশ্বাস ত্যাগ কৰে ব্যক্তিগৰাকীয়ে।

দীৰ্ঘদিনে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল ইন্দ্ৰজিৎ নাৰায়ণ দেৱ।

Leave A Reply