ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Salman Khan gets death threat: বিষ্ণৈৰ সৈতে শত্ৰুতা শেষ কৰিবৰ বাবে ৫ কোটি টকা দাবী

খবৰ অনুসৰি যদি ছলমান খানে দাবী কৰা ধন আদায় দিব নোৱাৰে তেন্তে তেওঁৰ অৱস্থা শেহতীয়াকৈ হত্যা কৰা বাবা ছিদ্দিকীতকৈও ভয়াৱহ হ’ব(Salman Khan gets death threat)।

Man kills wife and lover: অবৈধ সম্পৰ্কৰ সন্দেহত পত্নী আৰু প্ৰেমিকক হত্যা কৰি নিজেও কৰিলে আত্মহত্যা

পত্নী আৰু প্ৰেমিকক একেলগে দেখি ক্ৰোধিত স্বামীয়ে দুয়োকে কৰিলে হত্যা । দুয়োকে হত্যা কৰাৰ পাছত লোকজনেও কৰিলে আত্মহত্যা (Bengaluru man kills wife and lover) ।

Railways ticket booking: ৰে’ল বিভাগে সলনি কৰিলে টিকট বুকিঙৰ নিয়ম; এতিয়াৰ পৰা আপুনি ৪ মাহ আগৰ পৰাই টিকট বুকিঙৰ বাবে কৰিব নালাগে চিন্তা

ভাৰতীয় ৰেলৱেই সলনি কৰিলে টিকট বুকিং কৰাৰ নিয়ম (Indian Railways Ticket Booking Rules Change)। এতিয়াৰ পৰা যাত্ৰীসকলে ১২০ দিনৰ পৰিৱৰ্তে ৬০ দিন আগতীয়াকৈ টিকট বুকিং কৰিব লাগিব।

Female Army Captain Dies by Suicide: স্বামীৰ মৃত্যুৰ বিয়োগ সহ্য কৰিব নোৱাৰি পত্নীয়েও কৰিলে আত্মহত্যা

সেনাৰ এগৰাকী মহিলা কেপ্টেইনে ৰাজধানী দিল্লীস্থিত সেনাৰ এটা গেষ্ট হাউচত কৰিলে আত্মহত্যা(Female Army Captain Dies by Suicide) । জানিব পৰা অনুসৰি, স্বামীৰ মৃত্যুৰ বিয়োগ সহ্য কৰিব নোৱাৰি মহিলাগৰাকীয়েও আত্মহত্যা কৰে ।

Lawrance Bishnoi gang: ডাউডৰ পদাংক অনুসৰণ কৰি আগবাঢ়িছে লৰেন্স বিষ্ণৈ গেং

এন চি পি নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ দায়িত্ব লোৱাৰ পিছতে বৰ্তমান সংবাদ শিৰোনামত আছে লৰেন্স বিষ্ণৈ গেং (Lawrance Bishnoi gang)।

Popular