ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

দেশৰ নতুন প্ৰতিৰক্ষা মুৰব্বী হিচাপে নিযুক্তি এন.এছ.ৰাজা সুব্ৰমণিক

ভাৰতত নতুন CDS নিযুক্তি। জেনেৰেল এন.এছ.ৰাজা সুব্ৰমণিক ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ নতুন মুৰব্বী হিচাপে নিযুক্তি।

Thalapathy Vijay: আজি তামিলনাডুৰ TVK চৰকাৰৰ শপতগ্রহণ হ’বনে?

আজি তামিলনাডুৰ TVK চৰকাৰৰ শপতগ্রহণ। তামিলনাডুৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব বিজয় থালাপতিয়ে।

ইনষ্টাগ্ৰাম ব্যৱহাৰীসকল সাৱধানঃ গোপনীয় মেছেজ কৰোতে সাৱধান হওক

ইনষ্টাগ্ৰামত গোপনীয় মেছেজ কৰোতে সাৱধান হওক! ইনষ্টাগ্ৰামত ব্যক্তিগত কথা-বতৰা বন্ধ কৰক! ৮ মে’ৰ পৰা ইনষ্টাগ্ৰামৰ জগতখন সম্পূৰ্ণৰূপে সলনি হৈছে।

ত্ৰিপুৰা চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হয় ডেষ্টিনেশ্যন ত্ৰিপুৰা : বিজনেছ কনক্লেভ ২০২৬ৰ ইনভেষ্টৰছ্ ৰোডশ্ব’

ত্ৰিপুৰা চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হয় ডেষ্টিনেশ্যন ত্ৰিপুৰা : বিজনেছ কনক্লেভ ২০২৬ৰ ইনভেষ্টৰছ্ ৰোডশ্ব’

অপাৰেশ্যন সিন্দুৰৰ এটা বছৰ সম্পূৰ্ণঃ ফেচবুকৰ প্ৰফাইল সলনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

অপাৰেশ্যন সিন্দুৰৰ এটা বছৰ সম্পূৰ্ণঃ ফেচবুকৰ প্ৰফাইল সলনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Popular