ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

ব্রিটেইনৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগঃ কোন হ’ব পৰৱৰ্তী প্ৰধানমন্ত্ৰী ?

সংবাদমেল সম্বোধন কৰি পদত্যাগৰ কথা ঘোষণা ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীৰ। ব্রিটেইনত ১০ বছৰত ষষ্ঠজন প্ৰধানমন্ত্ৰীৰ পদত্যাগ।

আজি তামিলনাডুৰ মুখ্যমন্ত্ৰী যোছেফ বিজয়ৰ জন্মদিন

আজি তামিলনাডুৰ মুখ্যমন্ত্ৰী যোছেফ বিজয়ৰ জন্মদিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনালে জন্মদিনৰ শুভেচ্ছা।চি যোছেফ বিজয়ৰ আজি ৫১সংখ্যক জন্মদিন।

দেশত ১১গৰাকী নীট পৰীক্ষাৰ্থীৰ মৃত্যুৰ বাবে শিক্ষামন্ত্ৰীক জগৰীয়া কৰি প্ৰধানমন্ত্ৰীলৈ অভিজিৎ দীপ্‌কেৰ পত্ৰ

দেশত ১১গৰাকী নীট পৰীক্ষাৰ্থীৰ মৃত্যুৰ বাবেঃ শিক্ষামন্ত্ৰীক জগৰীয়া কৰি প্ৰধানমন্ত্ৰীলৈ অভিজিৎ দীপ্‌কেৰ পত্ৰ

স্বস্তিঃ কমিব বস্তুৰ দাম, স্বাভাৱিক হ’ব যোগান শৃংখল…

বিশ্বৰ অৰ্থনীতিক তচ্‌নচ্‌ কৰি পেলোৱা মধ্য প্ৰাচ্যৰ যুদ্ধৰ অৱসান ঘটাৰ পথ মুকলি হ’ল৷ আমেৰিকা আৰু ইৰাণে কৰিলে শান্তি চুক্তি৷

মেলনীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ! ভাইৰেল ভিডিঅ’কলৈ প্ৰতিক্ৰিয়া

ফ্ৰান্সত অনুষ্ঠিত জি-৭ শীৰ্ষ সন্মিলনত বিশ্বৰ শীৰ্ষ নেতাসকলৰ মাজত এটি অস্বস্তিকৰ মুহূৰ্তৰ সৃষ্টি হোৱা ঘটনাই এতিয়া ব্যাপক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

Popular