Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৪০টা সমষ্টিৰ নিৰ্বাচনৰ দিন ঘোষণা; ৩০ নৱেম্বৰত ভোটগ্ৰহণ
চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাঃ অংশ ল’ব ৫৪খন দেশৰ উপস্থিতিৰে আয়োজিত ইবেৰো-আমেৰিকা সন্মিলনত
নতুন জীৱনৰ পাতনি মেলিলে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই
Solo Painting Exhibition:শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চিত্ৰশিল্পী পুষ্প গগৈৰ একক চিত্ৰ প্ৰদৰ্শনী
india
দৈনন্দিন বাৰ্তা
-
December 6, 2024
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যক ভাল পোৱা স্ব-শিক্ষিত শিল্পী ড০ পুষ্প গগৈৰ(Dr. Pushpa Gogoi) একক চিত্ৰ প্ৰদৰ্শনী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কলা ভৱনত চলি আছে।(Solo Painting Exhibition) বুধবাৰে বিয়লি চাৰি বজাত আৰম্ভ হোৱা চিত্ৰ প্ৰদৰ্শনীখনৰ দ্বাৰ মুকলি কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ(Srimanta Sankardev Kalakshetra) সচিব সুদৰ্শন ঠাকুৰে।
Farmers Protest: কৃষক বিদ্ৰোহত উত্তপ্ত পাঞ্জাৱ-হাৰিয়ানা! আজিৰে পৰা ‘দিল্লী চলো’ অভিযান
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
December 6, 2024
যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰাই শম্ভূ সীমান্তত বিক্ষোভ অব্যাহত ৰাখিছে কৃষকে। কিন্তু আজি প্ৰথমবাৰলৈ হাতত লৈছে দিল্লী যাত্ৰাৰ কাৰ্যসূচী। ইফালে আইন-শৃংখলাজনিত পৰিস্থিতিক লৈ অধিক কঠোৰ প্ৰশাসন।(Farmers Protest)
Devendra Fadnavis: বহু জল্পনা-কল্পনাৰ অন্তত আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব দেৱেন্দ্ৰ ফাড়নাবিছে
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
December 5, 2024
তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত ল’ব দেৱেন্দ্ৰ ফাড়নাবিছে। সন্ধিয়া ৫.৩০ বজাত আজাদ ময়দানত শপতগ্ৰহণ অনুষ্ঠান।(Devendra Fadnavis)
Dr. BR Ambedkar:প্ৰবাদপুৰুষ ড° বি আৰ আম্বেদকাৰ
india
দৈনন্দিন বাৰ্তা
-
December 5, 2024
মহান পুৰুষৰ জন্ম সমাজৰ হিতৰ কাৰণে হয়।(Dr. BR Ambedkar) এই কথা সৰ্বজন বিদিত। এনে মহান পুৰুষসকলে(Legendary man) এটা জাতিয়েই নহয় সামগ্ৰীকভাৱে জনসমাজৰ কল্যাণ সাধনত মূখ্য ভূমিকা গ্ৰহণ কৰে।
RBI:ৰিজাৰ্ভ বেংকৰ ঘোষণাঃ ২০০০ টকীয়া নোটৰ ৯৮.০৮% ঘূৰি আহিছে
india
দৈনন্দিন বাৰ্তা
-
December 4, 2024
সন্ত্ৰাসবাদীৰ হাতোৰাৰ পৰা দেশৰ অৰ্থনীতিক মুক্ত কৰা আৰু কলা ধন ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰি দিছিল(RBI)৷
1
...
205
206
207
...
1,158
Page 206 of 1,158
Popular
অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক স্মৰণ
দৈনন্দিন বাৰ্তা
-
November 5, 2026