Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

বাংলাদেশত ৩০০ বছৰীয়া কালী মন্দিৰৰ পুনৰ্নিমাণ আৰম্ভ ভাৰতৰ

দৈনন্দিন বাৰ্তা ডেস্ক : বাংলাদেশৰ উত্তৰাঞ্চলৰ নাটোৰে জিলাত অৱস্থিত ৩০০ বছৰ পুৰণি শ্ৰীশ্ৰী জয় কালী মাতাৰ মন্দিৰ সোমবাৰৰ পৰা ভাৰতে পুনৰ্নিমাণ আৰম্ভ কৰিছে ৷ এই মন্দিৰৰ পুনৰ্নিমাণ কাৰ্য ভাৰতীয় সাহায্যত ৯৭ লাখ বাংলাদেশী টকাত আৰম্ভ কৰা হৈছে
Read More...

ফ্ৰান্সৰ পৰা ভাৰতলৈ উৰা মাৰিলে প্ৰথম পৰ্যায়ৰ ৫ খন ৰাফেল বিমান

দৈনন্দিন বাৰ্তা ডেস্ক : সকলো বিতৰ্কৰ অৱসান ঘটাই ফ্ৰান্সৰ পৰা ভাৰতলৈ উৰা মাৰিলে প্ৰথম পৰ্যায়ৰ পাঁচখন ৰাফেল বিমান ৷ অহা ২৯ জুলাই, বুধবাৰে সেই বিমানকেইখন হাৰিয়ানাৰ অম্বালাত ভাৰতীয় বায়ুসেনাত যোগ দিবহি৷ উল্লেখ্য যে মুঠ ৩৬ খন এনে বিমান
Read More...

যোৱা ২৪ ঘণ্টাত দেশত ক’ৰোনাৰ সংক্ৰমণৰ হাৰ ৯.৬৯ শতাংশ

দৈনন্দিন বাৰ্তা ডেস্ক :ক’ৰোনা ভাইৰাছত যোৱা দুটা দিনত দেশত এক লাখৰো অধিক লোক আক্ৰান্ত হয়৷ ফলত আক্ৰান্তৰ সংখ্যা ১৪ লাখ স্পৰ্শ কৰিলেগৈ৷ প্ৰতি দিনে সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাত প্ৰশাসন আৰু চিকিৎসকসকল চিন্তিত হৈ পৰিছে৷ কেন্দ্ৰীয় স্বাস্থ্য
Read More...

সুশান্ত অভিনীত চলচ্চিত্র শেষৰখন চলচ্চিত্র ‘দিল বেচাৰা’ই গঢ়িলে অভিলেখ

দৈনন্দিন বাৰ্তা সাংস্কৃতিক বাৰ্তাঃ সুশান্ত সিং ৰাজপুতৰ জীৱনকালৰ শেষৰখন ছবিয়ে গঢ়িলে অভিলেখ। তিনিঘন্টাত IMDBত ১০ৰেটিংৰে জিলিকি উঠিল সুশান্ত সিং ৰাজপুত অভিনীত শেষৰখন চলচ্চিত্র দিল বেচাৰাই। নিজস্ব অভিনয়েৰে দৰ্শকৰ হৃদয়ত কম দিনৰ ভিতৰতে স্থান
Read More...

১ আগষ্টৰ পৰা আনলক ৩.০ : পুনৰ মুকলি হোৱাৰ সম্ভাৱনা চিনেমা হলৰ দোৱাৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে অব্যাহত থকা আনলক ২ অহা ৩১ জুলাইত শেষ হ’ব৷ ইয়াৰ পাছতে আহিব আনলক ৩৷ এই আনলক ৩ৰ বাবে চৰকাৰে নতুন নীতি নিৰ্দেশনা প্ৰস্তুত কৰিব যিবোৰ আগষ্টৰ পহিলা দিনটোৰ পৰা বলবৎ হ’ব ৷ এই আনলক ৩ত
Read More...

লকডাউনে আৰ্থিক প্ৰভাব পেলাইছে অধিবক্তাক ৷ শীঘ্ৰেই চৰকাৰে আৰ্থিক সাহৰ্য্য প্ৰদান কৰক অধিবক্তা সকলক :…

দৈনন্দিন বাৰ্তা ডেস্ক : কৰোনা প্ৰতিৰোধৰ একমাত্ৰ উপায় হিছাপে সমগ্ৰ দেশত প্ৰযোজ্য হৈছে লকডাউন৷ দেশৰ লগতে ৰাজ্যৰ সৰ্বস্তৰৰ নাগৰিকসকল কম-বেছি পৰিমাণে আৰ্থিক সংকটৰ সন্মুখীন হৈছে৷ আইনী প্ৰক্ৰিয়াত ওত:প্ৰোতভাৱে জড়িত অধিবক্তা সকলৰ ৮০ শতাংশ
Read More...

দৰমহা মাহে ২৪,০০০ টকা; লিখিত পৰীক্ষা নাই, সাক্ষাৎকাৰ ভিত্তিত নিযুক্তি

সেনাত চাকৰি কৰিবৰ বাবে বহুৱে আশা কৰে ৷ সেনাৰ ৱেষ্টাৰ্ণ কমাণ্ডত ওলাইছে কেতবোৰ চাকৰি৷ ইয়াৰ বাবে কোনো লিখিত পৰীক্ষা নহয় ৷ ইচ্ছুক প্ৰাৰ্থীয়ে এই চাকৰিৰ বাবে আবেদন কৰিব পাৰিব ৷ এই চৰকাৰী চাকৰিৰ বাবে প্ৰকাশ কৰা জাননী মতে সাক্ষাৎকাৰ ভিত্তিত
Read More...

মানৱীয়তাৰ নিদৰ্শন : এজনী চৰাইৰ কণীৰ বাবেই ৩৫ দিন অন্ধকাৰত তামিলনাডুৰ গাঁওবাসীৰ

দৈনন্দিন বাৰ্তা ডেস্ক : এজনী চৰায়ে ছুইচ ব’ৰ্ডত বাহ সাজি লৈছে৷ তাতে আছে চৰাইজনীৰ কণী ৷ এই চৰাইজনীৰ লগতে কণীকেইটা বচাই ৰাখিবৰ বাবে গোটেই গাঁওখনৰ ৰাইজে ৩৫ দিন অন্ধকাৰতে থাকিল ৷ কোনেও আন্ধাৰত ঘৰ আলোকিত নকৰিলে ৷ যিসময়ত ভাৰতত হাতী, কুকুৰ, গৰু
Read More...

প্লাৱিত কাজিৰঙা দেখি অশ্ৰু ব্ৰিটিছ ৰাজকুমাৰ-ৰাজকুমাৰীৰ

দৈনন্দিন বাৰ্তা ডেস্ক : চাৰি বছৰৰ আগতে কাজিৰঙা ভ্ৰমণ কৰিছিল ব্ৰিটিছ ৰাজকুমাৰ আৰু ৰাজকুমাৰীয়ে৷ কাজিৰঙাত অৰণ্যৰ মাজত প্ৰাণীৰ মুক্ত জীৱন দেখি তেওঁলোক আপ্লুত হৈ পৰিছিল৷ নিজৰ হাতেৰে গঁড়, হাতীক খাবলৈ দি আনন্দত উতলি উঠিছিল৷ তেওঁলোকৰ স্মৃতিৰ মানস
Read More...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কি বাত’ : কাৰ্গিলত ভাৰতীয় সেনাই দিয়া শিক্ষা চিৰজীৱনলৈ…

দৈনন্দিন বাৰ্তা ডেস্ক : দেওবাৰ দিনটো আছিল কৰ্গিল যুদ্ধৰ ২১ তম বিজয় দিৱস৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই দেনটোতে তেওঁৰ 'মন কি বাত' অনুষ্ঠানত সেই সুযোগৰ সদ্ব্যৱহাৰ কৰিলে৷ অটল বিহাৰী বাজপেয়ীৰ দিনত জম্মু আৰু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত
Read More...