ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

MLA Akhil Gogoi:’২৬ত কাক ব্ৰহ্মপুত্ৰত দলিয়াই দিব বিধায়ক অখিল গগৈয়ে

নৱগঠিত পাকাবেতবাৰী সমষ্টিত শুকুৰবাৰে অখিল গগৈয়ে(MLA Akhil Gogoi) পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি ৰণডংকা বজায়।

Mask: ইলন মাস্কতকৈও ধনী ব্যক্তিজন কোন !

বৰ্তমান বিশ্বৰ অন্যতম ধনী ব্যক্তি হৈছে এক্সৰ চিইঅ’ ইলন মাস্ক। শেহতীয়াকৈ তেওঁৰ নেট ৱৰ্থো প্ৰচণ্ডভাৱে বৃদ্ধি পাইছে। টেছলাৰ শ্বেয়াৰৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পোৱাৰ ফলত...

Fagunjyoti:ৰাষ্ট্ৰীয় টেনিছত পুনৰ চেম্পিয়ন অসমৰ ফাগুনজ্যোতি

এটা সপ্তাহৰ ভিতৰতে ৰাষ্ট্ৰীয় ৰেংকিং টেনিছ প্ৰতিযোগিতাত পুনৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছে অসমৰ প্ৰতিভাবান খেলুৱৈ ফাগুন জ্যোতিয়ে(Fagunjyoti)৷

Gautam Adani: আদানী উৎকোচ গোচৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হোৱাইট হাউছে ক’লে নতুন দিল্লী-ৱাশ্বিংটনৰ সম্পৰ্কত প্ৰভাৱ নপৰে

এইবাৰ হোৱাইট হাউছে আদানী উৎকোচ গোচৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, এই কথা জো বাইডেনৰ কাৰ্যালয়ে কয় আদানীয়ে ভাৰতীয় ‘চৰকাৰী বিষয়া’ক সৌৰ প্ৰকল্পৰ বাবে ২৬.৫ মিলিয়ন ডলাৰ (প্ৰায় ২,২৩৭ কোটি টকা) উৎকোচ দিয়াৰ অভিযোগ উত্থাপন হৈছে।(Gautam Adani)

Directorate of Ethnic Languages:দেশৰ ভিতৰতে জনগোষ্ঠীয় ভাষাৰ সঞ্চালকালয় থকা ৰাজ্য হৈছে অসম

অসম(Assam) চুক্তিৰ ৬নং দফা অনুযায়ী বিপ্লৱ শৰ্মা সমিতিৰ পৰামৰ্শসমূহৰ ভিত্তিত আমাৰ ৰাজ্যখনৰ খিলঞ্জীয়া জনগোষ্ঠীয় ভাষাসমূহৰ(Directorate of Ethnic Languages) প্ৰচাৰ তথা ইয়াৰ শিক্ষাৰ মাধ্যমত প্ৰয়োগৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অধ্যক্ষতাত জনতা ভৱনত বৃহস্পিতবাৰে ৰাজ্যখনৰ বিভিন্ন সাহিত্য সভাৰ প্ৰতিনিধিসমূহৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

Popular