Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৪০টা সমষ্টিৰ নিৰ্বাচনৰ দিন ঘোষণা; ৩০ নৱেম্বৰত ভোটগ্ৰহণ
চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাঃ অংশ ল’ব ৫৪খন দেশৰ উপস্থিতিৰে আয়োজিত ইবেৰো-আমেৰিকা সন্মিলনত
নতুন জীৱনৰ পাতনি মেলিলে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই
Chief Justice Of India: দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ সঞ্জীৱ খান্নাৰ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 11, 2024
ন্যায়াধীশ সঞ্জীৱ খান্নাই সোমবাৰে ভাৰতৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ(Chief Justice Of India) হিচাপে শপতগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা হয় এই শপতগ্ৰহণ অনুষ্ঠান। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ন্যায়াধীশ খান্নাক(Justice Sanjiv Khanna) শপত বাক্য পাঠ(Union Government) কৰোৱায়।
Ratan Tata: মৃত্যুৰ এমাহ পূৰ্তিত প্ৰকাশ পালে ‘ৰতন টাটা’
অসম
দৈনন্দিন বাৰ্তা
-
November 11, 2024
যশস্বী উদ্যোগপতি ৰতন টাটাৰ দেহাৱসানৰ এমাহ পূৰ্তিৰ দিনটোতে প্ৰকাশ পালে টাটাৰ বৈচিত্ৰ্যময় জীৱনৰ আধাৰত সাংবাদিক খনীন্দ্ৰ কুমাৰ ডেকাৰ দ্বাৰা ৰচিত গ্ৰন্থ 'ৰতন টাটা(Ratan Tata)’৷
Indian Railway: ভাৰতীয় ৰেল পূৰ্বতকৈ এতিয়া অধিক সুৰক্ষিত
উত্তৰ-পূৰ্বাঞ্চল
দৈনন্দিন বাৰ্তা
-
November 11, 2024
ভাৰতীয়সকল এতিয়া ৰে’ল(Indian Railway) ভ্ৰমণৰ ক্ষেত্ৰত আগতকৈ অধিক সুৰক্ষিত হৈ পৰিছে। ইয়াৰ বাবে বিগত দশকৰ সুচিন্তিত পদক্ষেপৰ গুৰুত্বপূ ফলাফলসমূহ আজি অনুধাবন কৰিব পৰা হৈছে।
Bulldozer Action: বুলড’জাৰৰ জৰিয়তে ঘৰ ভঙাৰ অনুমতি দিয়া বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা উচিত: মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 10, 2024
চিজেআইৰ নেতৃত্বত থকা বিচাৰপীঠে কয়, ‘বুলডজাৰৰ জৰিয়তে ন্যায়ৰ এনে ঘটনা আন ক’তো সংঘটিত হোৱা নাই। ৰাজ্যৰ কোনো শাখা বা বিষয়াই যদি এনে কাৰ্যৰ অনুমতি দিয়ে তেন্তে অসামৰিক সম্পত্তি ধ্বংস কৰাৰ ফলত বাহ্যিক কাৰণত নিৰ্বাচিত প্ৰতিশোধ লোৱাৰ ভয়াৱহ বিপদৰ সৃষ্টি হয়।(Bulldozer Action0
Shiv Nadar: ভাৰতৰ সৰ্বাধিক দানকাৰী ব্যক্তিজন হ’ল শিৱ নাদাৰ, ২০২৪ বৰ্ষত ২১৩৫ কোটিৰ দান শিৱ নাদাৰৰ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 10, 2024
যদিও আম্বানী-আদানী টকা উপাৰ্জনকাৰীৰ ভিতৰত প্ৰথম আৰু দ্বিতীয় স্থানত আছে, কিন্তু দান-বৰঙণিৰ কথা আহিলে দেশৰ প্ৰবীণ উদ্যোগপতিসকল দিল্লীৰ ব্যৱসায়ী শিৱ নাদাৰতকৈ পিছ পৰি আছে। (Shiv Nadar)
1
...
230
231
232
...
1,158
Page 231 of 1,158
Popular
অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক স্মৰণ
দৈনন্দিন বাৰ্তা
-
November 5, 2026