ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Canada Policy: কানাডা হ’ব পাৰে পৰৱৰ্তী… দ্ৰুতগতিত হেৰুৱাইছে ভোটাৰৰ সমৰ্থন

সকলোৱে জানে যে পাকিস্তানে আল কায়দা আৰু লস্কাৰ-ই-টয়বাৰ দৰে সন্ত্ৰাসবাদী গোটক ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ সমৰ্থন আৰু লালন-পালন কৰিছিল, সেই কথা সকলোৱে জানে(Justin Trudeau's Canada Policy)। তেওঁলোকৰ প্ৰতি পাকিস্তানৰ ইমানেই মৰম আছিল যে এই সন্ত্ৰাসবাদী সংগঠনবোৰৰ বাবে ধন আগবঢ়োৱাই নহয়, নিজৰ মাটিক তেওঁলোকৰ বাবে নিৰাপদ আশ্ৰয়স্থললৈ ৰূপান্তৰিত কৰিছিলJustin Trudeau's Canada Policy

BRICS Summit: ব্ৰিকছ সন্মিলনত উপস্থিত নেতাই নাচিলে প্ৰিয়ংকা চোপ্ৰাই অভিনয় কৰা ছবিত

ব্ৰিকছত থ্ৰিলাৰ ছবিৰ গীতৰ সুৰত ব্ৰিকছ সন্মিলনত উপস্থিত নেতাই ভৰি নচোৱালে, সেই গীতটোৰ সৈতে ৰাছিয়াৰ সম্পৰ্ক আছে। (BRICS Summit)

Modi Xi Jinping Bilateral Meeting: ব্ৰিকছ সন্মিলনৰ মাজতে বুধবাৰে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ সৈতে আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোডী

Modi Xi Jinping Bilateral Meeting - ভাৰত আৰু চীনৰ কূটনৈতিক আৰু সামৰিক আলোচকসকলে বিগত কেইবা সপ্তাহ ধৰি বিভিন্ন মঞ্চত ঘনিষ্ঠ যোগাযোগ স্থাপন কৰি আহিছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানিবলৈ দিছে ।

Dana Cyclone: সাগৰীয় ঘূৰ্ণী ডানা কালৰূপ ধৰি আহিছে অসম তথা উত্তৰ-পূবলৈ

কালৰূপ ধৰি আহিছে আন এক সাগৰীয় ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম দিয়া হৈছে ডানা। বিশ্বৰ বিধ্বংসী ঘূৰ্ণীৰ মাজৰে এটা হৈছে ডানা। দুই -এদিনৰ ভিতৰতে ডানাই(Dana Cyclone) ওড়িশা , পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আঘাত কৰিব পাৰে। এই ঘূৰ্ণীৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ-পূবতো

BSNL Cheapest Plans: বিএছএনএলৰ অকল্পনীয় প্লেন; মাত্ৰ ১২৬ টকাৰ ৰিচাৰ্জত ফ্ৰী কলিং আৰু ডাটাৰে বছৰটো চলিব আপোনাৰ ফোন

এই প্লেনৰ অধীনত গ্ৰাহকে দৈনিক ২ জিবি ডাটা লাভ কৰে। অৰ্থাৎ গোটেই বছৰটোত গ্ৰাহকে মুঠ ৭২০ জিবি ইণ্টাৰনেট ডাটা লাভ কৰিব(BSNL Cheapest Plans)। তাৰোপৰি এই প্লেনত প্ৰতিদিনে আনলিমিটেড ভইচ কলিং আৰু ১০০টা বিনামূলীয়া এছএমএছ সেৱা উপলব্ধ।

Popular