Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৪০টা সমষ্টিৰ নিৰ্বাচনৰ দিন ঘোষণা; ৩০ নৱেম্বৰত ভোটগ্ৰহণ
চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাঃ অংশ ল’ব ৫৪খন দেশৰ উপস্থিতিৰে আয়োজিত ইবেৰো-আমেৰিকা সন্মিলনত
নতুন জীৱনৰ পাতনি মেলিলে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই
Karwa Chauth UP News: পতিৰ দীৰ্ঘায়ূ কামনা কৰা কৰৱা চৌথৰ দিনটোতে আহাৰত বিহ মিহলাই স্বামীক হত্যা কৰিলে পত্নীয়ে
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 22, 2024
স্বামীৰ দীৰ্ঘায়ূ কামনা কৰাৰ সেই দিনটোতে এগৰাতী পত্নীয়ে তেওঁৰ স্বামীক খাদ্যত বিহ মিহলাই হত্যা কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ (Karwa Chauth UP News)
Supreme Court Summons Assam Chief Secretary: চাহ শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিক অবজ্ঞাৰ অভিযোগেৰে অসমৰ মুখ্য সচিবলৈ উচ্চতম ন্যায়ালয়ৰ চমন
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 22, 2024
Supreme Court Summons Assam Chief Secretary- চাহ শ্ৰমিকৰ প্ৰাপ্য ধন পৰিশোধ কৰাৰ ক্ষেত্ৰত কোনো আন্তৰিক প্ৰচেষ্টা গ্ৰহণ কৰা হোৱা নাই । এই অভিযোগেৰে অসম চৰকাৰক দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কৰিছে তীব্ৰ সমালোচনা ।
Lawrence Bishnoi: লৰেন্স বিষ্ণোইৰ মুখামুখি হোৱা আৰক্ষীক ১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 22, 2024
যিজন আৰক্ষীয়ে লৰেন্স বিষ্ণোইৰ মুখামুখি হ’ব, তেওঁক ১ কোটি ১১ লাখ ১১ হাজাৰ ১১১ টকা পুৰস্কাৰ হিচাপে দিব। সেই সাহসী আৰক্ষী বিষয়াগৰাকীৰ পৰিয়ালৰ নিৰাপত্তাৰ সম্পূৰ্ণ ব্যৱস্থা সুনিশ্চিত কৰিব কৰ্ণী সেনাই।(Lawrence Bishnoi)
Indian Navy Welcomed Russian Submarine: ভাৰতীয় নৌসেনাই কোচিত আদৰিলে ৰাছিয়ান ছাবমেৰিন উফাক
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 22, 2024
ৰাছিয়ান চাবমেৰিন উফাই কোচিত আহি উপস্থিত হোৱাৰ পাছতে চাবমেৰিনখনক উষ্ম আদৰণি জনালে ভাৰতীয় নৌসেনাই(Indian Navy Welcomed Russian Submarine) । ভাৰত আৰু ৰাছিয়াৰ মাজত সামুদ্ৰিক সহযোগিতাৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছে এই অনুষ্ঠানটোক ।
PM Modi Russia Visit: ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ বাবে ৰাছিয়ালৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 22, 2024
প্ৰধানমন্ত্ৰী মোদীয়ে কাজানত অনুষ্ঠিত ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবৰ বাবে ৰাছিয়ালৈ ৰাওনা হৈছে(PM Modi Russia Visit) য'ত বিশ্বব্যাপী হোৱা বিভিন্ন সমস্যা আৰু উন্নয়নমূলক বিষয়সমূহ আৰু সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে(Global issues and fostering bilateral relations)।
1
...
245
246
247
...
1,158
Page 246 of 1,158
Popular
সদৌ অসম সাংবাদিক কল্যাণ ন্যাসৰ ওদালগুৰি জিলা সমিতি গঠন
দৈনন্দিন বাৰ্তা
-
November 7, 2026