ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Guwahati City Chess Championship 2024: গুৱাহাটী চিটি দবা শ্বেম্পিয়নশ্বিপতভৌমিক, আমেয়া, সাৰস্বত আৰু চাৰ্ভীশ্ৰী বৰ্মন চেম্পিয়ন

গুৱাহাটী চিটি দবা সন্থাৰ উদ্যোগত ১৯-২০ অক্টোবৰত গুৱাহাটী-২১ৰ আৰজি বৰুৱা পথত অৱস্থিত শিক্ষক ভৱনত অনুষ্ঠিত হোৱা অনুৰ্দ্ধ ৯ বছৰ আৰু অনুৰ্দ্ধ বছৰ ১৩ বছৰ শাখাৰ গুৱাহাটী চিটি দবা শ্বেম্পিয়নশ্বিপৰ(Guwahati City Chess Championship 2024) সামৰণি পৰে শ্ৰেণী। ১৩ বছৰ অনুৰ্দ্ধ ল’ৰা শাখাত ভৌমিক কিশোৰ দাস, ১৩ বছৰ অনুৰ্দ্ধৰ ছোৱালী শাখাত আমেয়া গুপ্তা, ৯ বছৰ অনুৰ্দ্ধৰ ল’ৰা শাখাত সৰস্বত ডেকা আৰু ৯ বছৰ অনুৰ্দ্ধৰ ছোৱালীৰ শাখাত চাৰ্ভি বৰ্মন চেম্পিয়ন হয়।

Love Jihad Land Jihad: বিশেষ সম্প্ৰদায়ে লাভ জেহাদৰ লগতে ভূমি জেহাদৰ জৰিয়তে নিজৰ প্ৰতিপত্তি বৃদ্ধি কৰিবলৈ চেষ্টা চলাইছে : পল্লৱ শইকিয়া

তেওঁ কয় যে, বৰ্তমান অসমৰ এটা বিশেষ সম্প্ৰদায়ৰ(Special Communities) ৰাইজে লাভ জেহাদৰ লগতে ভূমি জেহাদৰ(Love Jihad Land Jihad) জৰিয়তে নিজৰ প্ৰতিপত্তি বৃদ্ধি কৰিবলৈ চেষ্টা চলাইছে। অসমত লাভ জেহাদৰ সৈতে ভূমি জেহাদৰ সমস্যা এতিয়া জটিল হৈছে৷ লাভ জেহাদৰ বাবে ভুক্তভোগী হিন্দু ছোৱালী-বোৱাৰী যথেষ্ট ক্ষতিৰ সম্মুখীন হ'ব লগা হৈছে

Bongaigaon AGP: দীপ্তিময়ী চৌধুৰী প্ৰাৰ্থী হ’লে মোৰ ভাবমূৰ্তি ম্লান পৰিব- বঙাইগাঁৱত সাংসদ ফণীভূষণ চৌধুৰী

কিন্তু মোৰ পৰিবাৰৰ নামটো ওলোৱাৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হলো মই৷ যিটো বিষয়ত মই অজ্ঞাত, যি বিষয় মই নাজানো, যিটো বস্তু মই কেতিয়াও ভবা নাছিলো এই কথাটোৱে হৈ হ'ল৷ তাৰ কাৰণে আজি মই কিছুমানৰ মনত আৰু কিছুমানৰ মাজত এলাগী হৈ গৈছো৷ এই মন্তব্য বঙাইগাঁও(Bongaigaon AGP) বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ বৰপেটা লোকসভা সমষ্টিৰ অগপ দলৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phani Bhusan Choudhury)৷

Cyclone Dana: কালী পূজাৰ আগে আগে আহি আছে ডানা !

বতৰ বিজ্ঞান বিভাগে ঘূৰ্ণীবতাহ ডানাই(Cyclone Dana) আঘাত হানিব লগা কোনো নিৰ্দিষ্ট স্থান আৰু সময় অথবা ইয়াৰ তীব্ৰতাক লৈ এতিয়ালৈকে কোনো ঘোষণা কৰা নাই যদিও অৱশ্যে সোমবাৰৰ পৰা সাগৰলৈ যোৱা মাছমৰীয়াসকলৰ বাবে সতৰ্কবাণী জাৰি কৰিছে ।

Terrorist Attack in Jammu and Kashmir: জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণত নিহত সাতজন প্ৰব্ৰজিত শ্ৰমিক

জম্মু-কাশ্মীৰৰ গণ্ডাৰবলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত সাতজন প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যু(Terrorist Attack in Jammu and Kashmir) । গুলীচালনাৰ এই ঘটনাটোত বহুকেইজন শ্ৰমিকো আহত হেৱা বুলিও জানিব পৰা গৈছে ।

Popular