ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

India overtakes Japan: এছিয়া পাৱাৰ ইণ্ডেক্সত জাপানক অতিক্ৰম কৰি ভাৰত এছিয়াৰ তৃতীয় সৰ্বাধিক শক্তিশালী ৰাষ্ট্ৰত পৰিগণিত

এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনত ভাৰতে জাপানক অতিক্ৰম কৰি ‘এছিয়া পাৱাৰ ইণ্ডেক্স’ত তৃতীয় সৰ্ববৃহৎ শক্তি হিচাপে পৰিগণিত হৈছে।(India overtakes Japan)

PM Narendra Modi: ‘মই কেতিয়াও ভবা নাছিলোঁ যে এদিন মই মুখ্যমন্ত্ৰী হ’ম…’! আমেৰিকাত প্ৰবাসী ভাৰতীয়ক পুৰণি কাহিনী ক’লে পিএম মোদীয়ে

আমেৰিকা ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় সমাজৰ জনসাধাৰণক সম্বোধন কৰি পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰিলে।(PM Narendra Modi)

PM Modi US visit: গাজাৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ গভীৰ উদ্বেগ প্ৰকাশ

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিউয়ৰ্কত পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মাহমুদ আব্বাসৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়(PM Modi bilateral meeting with Palestinian President) । গাজাৰ অৱনমিত মানৱীয় পৰিস্থিতি সন্দৰ্ভত গভীৰ উদ্দেগ প্ৰকাশ কৰাৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে পেলেষ্টাইনৰ লোকসকলৰ প্ৰতি ভাৰতৰ সমৰ্থনৰ কথা পুনৰ দোহাৰে(PM Modi US visit)।

Arvind Kejriwal to resign as Delhi CM:পদত্যাগ কৰিব অৰবিন্দ কেজৰিৱালে! কোন হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

জনসাধাৰণৰ সিদ্ধান্তৰ পিছতহে চকীত বহিম, কেজৰিৱালে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰি এইদৰে কয় দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ৪৮ ঘণ্টাৰ ভিতৰত হয়টো ত্যাগ কৰিব পাৰে মুখ্যমন্ত্ৰীৰ পদ।(Arvind Kejriwal to resign as Delhi Chief Minister)

CBI Arrested Sandeep Ghosh: কলকাতা আৰ জি কৰ হাস্পতালৰ জঘন্য কাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ হ’ল সন্দীপ ঘোষ, অভিজীত মণ্ডল!

কলকাতা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ আৰু তালা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ মণ্ডলক কলকাতাৰ আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকক অপকৰ্ম আৰু হত্যাৰ গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে।(CBI arrested sandeep ghosh and abhijit mandal in kolkata rape murder case)

Popular