ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Monstrous bodybuilder Dies: বিশ্বৰ জনপ্ৰিয় বডিবিল্ডাৰ ইলিয়া য়েফিমচিক আৰু নাই! ৩৬ বছৰ বয়সত হাৰ্ট এটেক আহে ইলিয়াৰ

বিশ্বৰ জনপ্ৰিয় বডিবিল্ডাৰ ইলিয়া য়েফিমচিৰ দেহাৱসান! হৃদৰোগত আক্ৰান্ত হৈ অকাল মৃত্যু ‘The Mutant’ ইলিয়াৰ। বেলাৰুছৰ এই খেলুৱৈগৰাকীৰ ৩৬ বছৰ বয়সত হাৰ্ট এটেক আহে ইলিয়াৰ।(Monstrous bodybuilder dies of heart attack)

Arvind Kejriwal bail: মুকলি আকাশৰ তললৈ আহি কেজৰিৱালে সমৰ্থকক ক’লে: মোৰ শক্তি দুগুণ হ’ল

সুৰা নীতি কেলেংকাৰী গোচৰত ২১ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। ইফালে, উচ্চতম ন্যায়ালয়ে লোকসভা নিৰ্বাচনত প্ৰচাৰ চলোৱাৰ বাবে যোৱা ১০ মে’ত ২১ দিনৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীগৰাকীক। এতিয়া উচ্চতম ন্যায়ালয়ে তেওঁক জামিন মঞ্জুৰ কৰে।(Arvind Kejriwal bail)

Dubai Princess Launches New Perfume Line Divorce: স্বামীৰ সৈতে বিবাহ বিচ্ছেদৰ পিছতেই ডুবাইৰ ৰাজকুমাৰীয়ে মুকলি কৰিলে PERFUMEৰ নতুন ব্ৰেণ্ড DIVORCE

ইনষ্টাগ্ৰামত স্বামীৰ সৈতে বিচ্ছেদৰ কথা ঘোষণা কৰা ডুবাইৰ ৰাজকুমাৰী শ্বেইখা মাহৰাই মুকলি কৰিলে নতুন পাৰফিউম লাইন Divorce। (Dubai Princess Launches New Perfume Line Divorce)চলিত বৰ্ষৰ জুলাই মাহত ইনষ্টাগ্ৰাম পোষ্টত স্বামীৰ সৈতে বিবাহ বিচ্ছেদ কৰিছিল শ্বেইখাই।

India world’s biggest plastic polluter : বিশ্বত সৰ্বাধিক প্লাষ্টিক প্ৰদূষণৰ সৃষ্টি ভাৰতত

ভাৰতে বিশ্বব্যাপী প্লাষ্টিক প্ৰদূষণৰ এক পঞ্চমাংশত অৰিহণা যোগায়, যোৱা সপ্তাহত নেচাৰ আলোচনীত প্ৰকাশিত এক অধ্যয়নত এই তথ্য পোৱা গৈছে। ভাৰতে প্ৰতি বছৰে প্ৰায় (India world’s biggest plastic polluter) ৫.৮ নিযুত টন (মেট্ৰিক টন) প্লাষ্টিক জ্বলাই আৰু পৰিৱেশত (ভূমি, বায়ু, পানী) আৱৰ্জনা হিচাপে আন ৩.৫ মিটাৰ প্লাষ্টিক মুকলি কৰে।

Monkeypox Found in India: সাৱধান! ভাৰতত চিনাক্ত মাংকিপক্সৰ প্ৰথম গৰাকী ৰোগী

সাৱধান! ভাৰতটো আৰম্ভ হ'ল মাংকিপক্সৰ আতংক,চিনাক্ত হ'ল প্ৰথম গৰাকী ৰোগী । দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ সতৰ্কতা জাৰি।(first case of monkeypox found in india)

Popular