ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

বাংলাদেশৰ অৰাজক পৰিস্থিতিৰ আঁৰত কোন! দেশত গণতন্ত্ৰ পুনৰুদ্ধাৰ হ’লে বাংলাদেশলৈ পুনৰ ঘূৰিব শ্বেখ হাছিনা…

এক সাক্ষাৎকাৰত হাছিনা পুত্ৰ ছাজিব ৱাজেদ জয়ে কয় যে আমি শ্বেখ মুজিবুৰ ৰহমানৰ পৰিয়াল। আমি আমাৰ দেশৰ জনসাধাৰণ আৰু আমাৰ দলৰ নেতা-কৰ্মী-সমৰ্থকক এনেদৰে পিঠি...

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ পাছত সীমান্তত হাই এলাৰ্ট !কৰিমগঞ্জ-কাছাৰ সীমান্তত নিশ্ছিদ্ৰ নিৰাপত্তা বেহু…

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ পাছত সীমান্তত হাই এলাৰ্ট৷ ২৪ ঘণ্টাই সীমান্তত কাঢ়া নজৰ ৰাখিছে বিএছএফে৷ কৰিমগঞ্জ-কাছাৰ সীমান্তত নিশ্ছিদ্ৰ নিৰাপত্তা বেহু৷ লাদেশৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্যৰাখি ভাৰত-বাংলাদেশ...

বিশ্ববাসীয়ে আজিও সুঁৱৰে ইতিহাসৰ সেই ভয়াৱহ দিনটো ! আজি নাগাচাকি দিৱসবিশ্ববাসীয়ে আজিও সুঁৱৰে ইতিহাসৰ সেই ভয়াৱহ দিনটো ! আজি নাগাচাকি দিৱস…

ধ্বংসস্তূপৰ পৰা ক্ৰমাৎ প্ৰাণ পাইছে উঠিছে জাপানৰ হিৰোচিমা আৰু নাগাচাকি অঞ্চল। পুনৰ একোটি ব্যস্ত চহৰলৈ পৰিণত হৈছে হিৰোচিমা আৰু নাগাচাকি। কিন্তু বিশ্ববাসীয়ে আজিও সুঁৱৰে...

পেৰিছ অলিম্পিকত ৰূপৰ পদক লাভ কৰাৰ সম্ভাৱনা ভিনেশ ফ’গাটৰ…

পেৰিছ অলিম্পিকত ৰূপৰ পদক লাভ কৰাৰ সম্ভাৱনা ভিনেশ ফ’গাটৰ। ক’ৰ্ট অৱ আৰ্বিট্ৰেচন ফৰ স্প’ৰ্টছে(CAS) ভিনেশৰ পক্ষত দ্বিতীয়খন আবেদনৰ ৰায়দান দিলে ৰূপৰ পদক লাভ কৰিব...

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশখনৰ হিন্দু মন্দিৰ আৰু গীৰ্জাসমূহত পহৰাৰ দায়িত্ব ছাত্ৰ আন্দোলনৰ নেতাসকলৰ…

সুস্থিৰ হোৱা নাই বাংলাদেশৰ পৰিস্থিতি। বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশখনৰ হিন্দু মন্দিৰ আৰু গীৰ্জাসমূহত পহৰাৰ ব্যৱস্থা। পহৰাৰ দায়িত্ব লৈছে ছাত্ৰ আন্দোলনৰ নেতাসকলে।: হিংসা,...

Popular