ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

অলিম্পিকত ভাৰতীয় পুৰুষ আৰ্চাৰী দল কোৱাৰ্টাৰ ফাইনেলত…

বৃহস্পতিবাৰে দিনৰ শেষত চমক দিলে ভাৰতীয় পুৰুষ আৰ্চাৰী দলে।  ৩ নম্বৰত শেষ কৰি পোনে পোনে অন্তিম আঠৰ টিকট নিশ্চিত কৰে ভাৰতীয় পুৰুষ দলে। প্ৰথম ৰাউণ্ডৰ...

অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ ৮ আগষ্টলৈ বৃদ্ধি…

দিল্লী সুৰা নীতিৰ সৈতে জড়িত দুৰ্নীতিৰ গোচৰত ৰাউছ এভিনিউ আদালতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মা ৮ আগষ্টলৈ বৃদ্ধি কৰে। তিহাৰ জেলৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ...

পেৰিছ অলিম্পিকৰ উদ্বোধনী মেচত অবিশ্বাস্যভাৱে মৰক্কোৰ হাতত ২-১ গ’লত পৰাস্ত আৰ্জেণ্টিনা…

পেৰিছ অলিম্পিকৰ উদ্বোধনী মেচত অবিশ্বাস্যভাৱে মৰক্কোৰ হাতত ২-১ গ'লত পৰাস্ত আৰ্জেণ্টিনা। হতাশা আৰু অস্থিৰতাৰে ভৰি পৰিছিল ফুটবল টুৰ্ণামেণ্টৰ প্ৰথম দিনটো । আৰ্জেণ্টিনাৰ ফাকুণ্ডো মেডিনাই...

ভেজ বিৰিয়ানীৰ পৰা বাটাৰ চিকেনলৈকে! অলিম্পিক গেমছৰ খাদ্য তালিকাত কি কি আছে চাওক…

শুকুৰবাৰে পেৰিছ অলিম্পিকৰ আনুষ্ঠানিক মুকলি অনুষ্ঠান। ইতিমধ্যে বহু খেলুৱৈ উপস্থিত হৈছে পেৰিছত। আয়োজকসকলে তেওঁলোকৰ বাবে প্ৰস্তুত কৰিছে এক প্ৰলোভনমূলক আহাৰ। উদ্যোক্তাসকলে তাত তেওঁলোকৰ বাবে...

ভয়ংকৰ বিমান দুৰ্ঘটনাত! ১৮ জনৰ মৃত্যু, এজনক জীৱন্তে উদ্ধাৰ…

নেপালৰ কাঠমাণ্ডুৰ ভয়ংকৰ বিমান দুৰ্ঘটনাত ১৮ জনৰ মৃত্যু। একমাত্ৰ পাইলটজনক জীৱন্তে উদ্ধাৰ কৰা হয়। সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হয় বিমানখনৰ পাইলট মনীষ শ্বাকিয়াক। ত্ৰিভূৱন...

Popular