ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

নেপালৰ কাঠমাণ্ডুত ভয়ংকৰ বিমান দুৰ্ঘটনা! নিহত ৫ জনকৈ লোক…

নেপালৰ কাঠমাণ্ডুত ভয়ংকৰ বিমান দুৰ্ঘটনা। উৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। ত্ৰিভূৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উৰণৰ সময়তে দুৰ্ঘটনা সংঘটিত হয়। বিমানখনত আছিল ১৯ গৰাকী যাত্ৰী। বৰ্তমানলৈকে দুৰ্ঘটনাটোত মৃত্যু হয় ৫...

ড’নাল্ড ট্ৰাম্পৰ প্ৰচাৰ অভিযানত কটাক্ষ কমলা হেৰিছক! ‘জো বাইডেনৰ দৰেই এটি কৌতুক’ বুলি সমালোচনা…

উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ “ৰাষ্ট্ৰপতি জো বাইডেনৰ দৰেই এটি কৌতুক” বুলি দেওবাৰে ড’নাল্ড ট্ৰাম্পৰ প্ৰচাৰ অভিযানে কটাক্ষ কৰে। এক বিবৃতি যোগে দাবী কৰা হৈছে, "বাইডেনে...

লোক সভাত দাখিল আৰ্থিক সমীক্ষাৰ প্ৰতিবেদনঃ নিয়ন্ত্ৰণত আছে মুদ্ৰাস্ফীতি, হ্ৰাস পাব নিবনুৱা সমস্যা…

সংসদৰ বাজেট অধিবেশনত বাজেট দাখিলৰ পূৰ্বে বিত্তমন্ত্ৰী নিৰ্মলাসীতাৰমণে লোক সভাত দাখিল কৰিলে আৰ্থিক সমীক্ষাৰ প্ৰতিবেদন। এই প্ৰতিবেদন দাখিল কৰাৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে কয়, দেশৰ অৰ্থনীতিয়ে...

বাজেটক লৈ মাত মাতিছে চাৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে…

মোডী চৰকাৰৰ ৩.০ প্ৰথম বাজেট বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে দাখিল কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা সাধাৰণ বাজেটক ভাৰত মিত্ৰজোঁটৰ দলসমূহে বৈষম্যমূলক...

কেন্দ্ৰীয় বাজেট ৰিয়েল ইষ্টেট খণ্ডৰ বাবে আশাব্যঞ্জকঃ এৰিডা…

দেশৰ ইতিহাসত অভিলেখ সৃষ্টি কৰি ধাৰাবাহিকভাৱে আজি সপ্তমবাৰৰ বাবে পূৰ্ণাংগ বাজেট দাখিল কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ২০২৪-২৫ বিত্তীয় বৰ্ষৰ এই বাজেটখন নৰেন্দ্ৰ মোডী...

Popular