ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

‘কংগ্ৰেছৰ বাবৰলৈ মৰম, শ্ৰীৰামলৈ আস্থা নাই’

কংগ্ৰেছে ৰাম মন্দিৰৰ 'প্ৰাণ প্ৰতিষ্ঠা'ৰ নিমন্ত্ৰণ প্রত্যাখ্যান কৰাক লৈ সোচ্চাৰ ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। কংগ্ৰেছে ৰাম মন্দিৰৰ 'প্ৰাণ প্ৰতিষ্ঠা'ৰ নিমন্ত্ৰণ নাকচ কৰাৰ...

ৰাম মন্দিৰ উদ্বোধন উপলক্ষে দুঘণ্টাৰ বিৰতি লাভ কৰিব হিন্দু কৰ্মচাৰীয়েঃ মৰিচাছ প্ৰশাসন

সাজু হৈছে ৰামৰ জন্মস্থান। ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। প্ৰস্তুতিৰ প্ৰায় অন্ত পৰিছে। দেশৰ লগতে বিদেশৰ বিখ্যাত ব্যক্তিলৈ নিমন্ত্ৰণী পত্ৰ...

পাছপ’ৰ্ট অবিহনেই বাংলাদেশৰ ঢাকাত অৱতৰণ মুম্বাইৰ পৰা গুৱাহাটী অভিমুখী বিমান…

মুম্বাইৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰা গুৱাহাটী অভিমুখী ইণ্ডিগ’ বিমান জৰুৰীকালীনভাৱে অৱতৰণ ঢাকাত। কুঁৱলীৰ বাবে ঢাকাৰ দিশে যাবলৈ বাধ্য হয় পাইলট। সকলো যাত্রী বিমানৰ ভিতৰতে...

চীনৰ ভাবুকিৰ মাজতে টাইৱানত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোটদান, ২ কোটি লোকে বাছি ল’ব নিজৰ নেতা…

পুৱা ৮:০০ বজাৰ পৰা টাইৱানৰ প্ৰায় ১৮,০০০ টা ভোট কেন্দ্ৰত ভোটদান আৰম্ভ হয়, য'ত প্ৰায় ২ কোটি লোকে অংশগ্ৰহণ কৰিছে জানুৱাৰী মাহৰ পৰা ৰাষ্ট্ৰপতি...

চতুৰ্থবাৰলৈ EDৰ চমন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ…

চতুৰ্থবাৰলৈ চমন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ।১৮ জানুৱাৰীত EDৰ সন্মুখত হাজিৰ হ’ব লাগিব মুখ্যমন্ত্ৰীগৰাকী। দিল্লীৰ সুৰানীতি গোচৰত ইডিৰ চমন অৰবিন্দ কেজৰিৱাললৈ।শনিবাৰে ED-এ মুখ্যমন্ত্ৰীগৰাকীলৈ চমন প্ৰেৰণ কৰিছে।

Popular