ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

ঘোষণা হ’ল ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ তালিকাঃ শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা লাভ ‘জুইফুল’ৰ

ঘোষণা হ'ল ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ তালিকাঃ শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা লাভ 'জুইফুল'

আজি বিশ্বজয়ৰ মহাৰণত নামিব আৰ্জেণ্টিনা আৰু স্পেইন

আজি বিশ্বকাপ ফুটবলৰ ফাইনেল। অনুৰাগীক মন্ত্ৰমুগ্ধ কৰিবলৈ সাজু লিয়নেল মেছি। ফাইনেলত আৰ্জেণ্টিৰ মুখামুখি হ’ব স্পেইন।

শৰীৰ হে দুৰ্বল, মনোবল শক্তিশালী ৱাংচুকৰঃ অনশনস্থলীৰ পৰা হাস্পতাললৈ লৈ যোৱা হৈছে সোণম ৱাংচুকক

আজি অনশনস্থলীৰ পৰা হাস্পতাললৈ লৈ যোৱা হৈছে সোণম ৱাংচুকক। ২০ দিনে অনশন কৰি থকা সোণম ৱাংচুকক দিল্লী আৰক্ষীয়ে শনিবাৰে পুৱাই হাস্পতাললৈ লৈ যায়।

ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট স্কাইৰুট এৰোস্পেছৰ বিক্ৰম-১ উৎক্ষেপণ

ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট স্কাইৰুট এৰোস্পেছৰ বিক্ৰম-১ উৎক্ষেপণ

ধৰ্মেন্দ্ৰ প্ৰধানক অপসাৰণ কৰি সোণম ৱাংচুকক শিক্ষামন্ত্ৰী পদ দিয়াৰ দাবী অৰবিন্দ কেজৰিৱালৰ

ধৰ্মেন্দ্ৰ প্ৰধানক অপসাৰণ কৰি সোণম ৱাংচুকক শিক্ষামন্ত্ৰী পদ দিয়াৰ দাবী অৰবিন্দ কেজৰিৱালৰ

Popular