ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

গুগলে সমগ্ৰ বিশ্বতে প্ৰায় ১২ হাজাৰ চাকৰি কৰ্তনৰ ঘোষণা…

গুগল আৰু আলফাবেটৰ চিইঅ’ সুন্দৰ পিচাইয়ে ঘোষণা কৰিছে যে আমেৰিকাৰ টেক জায়া ন্টটোৱে প্ৰায় ১২ হাজাৰ চাকৰি কৰ্তন কৰিছে, যিটো ইয়াৰ বিশ্বব্যাপী কৰ্মশক্তিৰ প্ৰায়...

গণৰাজ্য দিৱস ২০২৩: পূৰ্ণগতিত প্ৰস্তুতি, অনলাইনত বিক্ৰী হ’ব ৩২ হাজাৰ টিকট…

চেণ্ট্ৰেল ভিষ্টা এভিনিউত হ’ব ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন। চৰকাৰে জনসাধাৰণৰ বাবে অনলাইনত বিক্ৰীৰ বাবে ৰাখিছে ৩২ হাজাৰ টিকট। উদযাপনৰ অংশ হিচাপে ২৩-৩১ জানুৱাৰীলৈ...

বছৰৰ আৰম্ভণিতে ৭১ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰী মোদীয়ে ৭১ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ দিলে, কয় - বছৰৰ আৰম্ভণি নতুন আশাৰেচাকৰি মেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭১ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ...

সোণ নহয়, হীৰাৰ দামত বিক্ৰী টুইটাৰ চৰাই! ইলন মাস্ক হৈ পৰিল ধনী..

টুইটাৰৰ মুখ্য কাৰ্যালয় ছান ফ্ৰান্সিস্কো (Twitter itmes HQ Sold)ৰ পৰা বহু সামগ্ৰী নিলাম কৰা হৈছে। টুইটাৰত ১০০টা সামগ্ৰীৰ নিলামও সম্পূৰ্ণ হৈছে। ইয়াত টুইটাৰৰ ল’গ’...

শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মন্ত্ৰীসহ ১৮ গৰাকীয়ে…

নেপালৰ শোকাৱহ বিমান দুৰ্ঘটনাই বিশ্বজুৰি সৃষ্টি কৰা চাঞ্চল্য মাৰ নাযাওঁতেই আন এক ভয়াৱহ বিমান দুৰ্ঘটনাৰ ঘটনা পোহৰলৈ আহিছে। এইবাৰ এই দুৰ্ঘটনা সংঘটিত হৈছে ইউক্ৰেইনত।...

Popular