Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

কটহগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত বিশ্ব ড্ৰাগছ বিৰোধী দিৱস পালন

সমগ্ৰ দেশৰ লগতে নগাঁও জিলাৰ বৃহত্তৰ টুকটুকী অঞ্চলৰ কটহগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলতো দুদিনীয়া কাৰ্যসূচীৰে বিশ্ব ড্ৰাগছ দিৱস পালন কৰা হয়। কাৰ্যসূচী অনুসৰি ২৪ জুনত ছাত্ৰ-ছাত্ৰীক লৈ ড্ৰাগছৰ বিৰুদ্ধে
Read More...

বিশ্বৰ শ্ৰেষ্ঠ বাসোপযোগী ৫ খন চহৰৰ বিষয়ে জানেনে? য’ত আছে আন চহৰত নথকা সা-সুবিধা…

গ্ল’বেল লাইভেবিলিটি ইনডেক্স (GLI)ত মুকলি কৰা হৈছে আৰু ইয়াত বিশ্বৰ চহৰৰ তালিকা এখনৰ কথা কোৱা হৈছে। কোনখন চহৰ জীয়াই থকাৰ বাবে যোগ্য হয় বা নহয়। ইয়াত চিকিৎসাৰ সুবিধা, শিক্ষা, সংস্কৃতি, মনোৰঞ্জন, আন্তঃগাঁথনি ইত্যাদিক আধাৰ হিচাপে গঢ়ি তোলা
Read More...

নেপালৰ বিশ্ববিখ্যাত পশুপতিনাথ মন্দিৰৰ পৰা ১০ কেজি সোণ চুৰি, ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়…

নেপালৰ বিশ্ববিখ্যাত পশুপতিনাথ মন্দিৰৰ পৰা ১০ কেজি সোণ চুৰি, ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়! পশুপতিনাথ মন্দিৰৰ ১০ কেজি সোণ চুৰি হোৱা ঘটনাই মন্দিৰ প্ৰশাসনক আচৰিত কৰি তুলিছে। এই গোচৰৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। মন্দিৰত ১০০ কেজি
Read More...

খোৱা পানী বিচাৰি ভাৰত- ভূটান সীমান্তত হাহাকাৰ

জল জীৱন মিছনৰ গুৰুত্বহীন কাৰুকাৰ্যত ক্ষোভিত ভাৰত ভূটান সীমান্তৰ শশীপুৰৰ ৰাইজ। বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ খোৱা পানীৰ অভাৱত হাহাকাৰ। তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ প্ৰায় ৫০০ পৰিয়ালৰ একমাত্ৰ খোৱাপানীৰ ব্যৱস্থা
Read More...

ইজিপ্তৰ সৰ্বোচ্চ ৰাজ্যিক সন্মান প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। আল-হাকিম মছজিদো পৰিদৰ্শন…

ইজিপ্তৰ সৰ্বোচ্চ ৰাজ্যিক সন্মান প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দেওবাৰে ইজিপ্তৰ সৰ্বোচ্চ ৰাজ্যিক সন্মান ‘অৰ্ডাৰ অৱ দ্য নীল’ বঁটা প্ৰদান কৰা হয়। দ্বিপাক্ষিক বৈঠকৰ পূৰ্বে ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ
Read More...

পুনৰ ভয়াৱহ ৰে’ল দুৰ্ঘটনা! পশ্চিমবংগৰ বাংকুৰাত দুখন মালবাহী ট্ৰেইনৰ সংঘৰ্ষ। বাগৰি পৰে ১২ টাকৈ…

পুনৰ ভয়াৱহ ৰে'ল দুৰ্ঘটনা! পশ্চিমবংগৰ বাংকুৰাত দুখন মালবাহী ট্ৰেইনৰ সংঘৰ্ষ। বাগৰি পৰে ১২ টাকৈ দবা। দেওবাৰে পশ্চিম বংগৰ বাংকুৰা জিলাত দুখন মালবাহী ট্ৰেইনৰ মাজত সংঘৰ্ষ হয়। দুৰ্ঘটনাটোৰ ফলত কেইবাটাও দবা ৰে'লপথৰ পৰা ওলাই যায়।
Read More...

১৫০ বছৰ জীয়াই থাকিব বিচাৰিছিল মাইকেল জেকচনে। কিন্তু ৫১ সংখ্যক বসন্তও দেখা নাপালে…

মাইকেল জেকচনে ১৫০ বছৰ জীয়াই থাকিব বিচাৰিছিল, কিন্তু ৫১ বছৰো সম্পূৰ্ণ কৰিব নোৱাৰিলে। যদি কেতিয়াবা বিশ্বৰ শ্ৰেষ্ঠ সংগীতজ্ঞ জনৰ কথা উল্লেখ হয় তেন্তে মাইকেল জেকচনৰ নাম সদায় শীৰ্ষত থাকিব। আজি তেওঁৰ মৃত্যু বাৰ্ষিকী। সমগ্ৰ বিশ্বই তেওঁক
Read More...

গাজৰা, হাতীদাঁত আৰু সোণেৰে নিৰ্মিত বানাৰসী শাৰী পৰিধানেৰে হোয়াইট হাউচত নীতা আম্বানী…

ৰাজ্যিক ৰাতিৰ আহাৰত হাতীদাঁত আৰু সোণেৰে নিৰ্মিত বানাৰসী শাৰী পিন্ধিছিল নীতা আম্বানীয়ে।এই শাৰী বনাবলৈ এমাহতকৈও অধিক সময় লাগিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মানত হোৱাইট হাউছত অনুষ্ঠিত হৈছিল ৰাজ্যিক ৰাতিৰ আহাৰ, য'ত বিশ্বৰ বহু বিশিষ্ট
Read More...

“আমেৰিকাই ভাৰতলৈ ১০০ৰো অধিক চুৰি প্ৰাচীন সামগ্ৰী ঘূৰাই দিব” -প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমেৰিকা ভ্ৰমণৰ সাফল্য আৰু অসুবিধা সম্পৰ্কে আলোচনা অব্যাহত আছে; কিন্তু ভ্ৰমণৰ অন্তিম দিনটোত মোদীয়ে যি ঘোষণা কৰিলে সেয়া সুখবৰ। ৰ’নাল্ড ৰেগান চেণ্টাৰত আমেৰিকাত বসবাস কৰা ভাৰতীয়সকলৰ সৈতে হোৱা বৈঠকৰ সময়ত
Read More...

তুৰাত মণিপুৰৰ শান্তিৰ বাবে প্ৰাৰ্থনা সেৱাৰ আয়োজন এছ টি জেভিয়াৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ…

তুৰাত মণিপুৰৰ শান্তিৰ বাবে প্ৰাৰ্থনা সেৱাৰ আয়োজন এছ টি জেভিয়াৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ। শুকুৰবাৰে মেঘালয়ৰ তুৰাৰ পশ্চিম গাৰো পাহাৰত থকা এছ টি জেভিয়াৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে মণিপুৰৰ শান্তিৰ বাবে পুৱা ৯:১৫ বজাৰ পৰা ১১:৪০ বজালৈ
Read More...