ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

ম্যানমাৰৰ পাশৱিক হত্যাৰ তদন্তৰ দাবী ৰাষ্ট্রসংঘৰ

ম্যানমাৰত সেনাই নৃশংসভাৱে শিশু–মহিলাসহ ৩৮গৰাকী অসামৰিক লোকক গুলীয়াই হত্যা কৰি বাহনৰ ভিতৰত এই লোকসকলৰ মৃতদেহ জ্বলাই দিয়া ঘটনাক লৈ বিশ্বজুৰি প্রতিক্রিয়া অব্যাহত থকাৰ সময়তে...

মণিপুৰত প্রথমজন অমিক্রন আক্রান্ত চিনাক্ত

বিশ্বক ত্রাসিত কৰি ৰখা ক’ভিড–১৯ৰ নতুন প্রকৰণ অমিক্রন উত্তৰ–পূব পালেহি৷ উত্তৰ–পূবৰ ৰাজ্য মণিপুৰত আজি প্রথমজন অমিক্রনত আক্রান্ত ৰোগী চিনাক্ত হৈছে৷ ডেল্টা প্রকৰণতকৈ ৭০ শতাংশ...

১১ লাখ টকা খৰচ পোহনীয়া কুকুৰৰ জন্মদিনত

নিজৰ সন্তানতকৈও বহু লোকে পোহনীয়া জীৱ–জন্তুক বেছি মৰম কৰা দেখা যায়৷ শেহতীয়াকৈ চীনৰ হুনান প্রদেশত পোহনীয়া কুকুৰৰ জন্মদিন পালন কৰিছে এগৰাকী মহিলাই৷ শুনিলে চকু...

বয়লাৰ বিস্ফোৰণত বিহাৰৰ কাৰখানাত নিহত ৬

বিহাৰৰ মুজাফফৰপুৰ জিলাত এক নুডল প্রস্তুত কাৰখানাত সংঘটিত বয়লাৰ বিস্ফোৰণত কমপক্ষেও ছজন শ্রমিক নিহত হোৱাৰ উপৰি আন কেইবাজনো গুৰুতৰভাৱে আহত হৈছে৷ এই বিস্ফোৰণটো সংঘটিত...

২২ বছৰৰ পিছত অষ্ট্রেলিয়াত দেখা গ’ল দুষ্প্রাপ্য হেণ্ডফিছ

অষ্ট্রেলিয়াৰ টাছমানিয়াৰ উপকূলত সুদীর্ঘ ২২ বছৰৰ মূৰত দেখিবলৈ পোৱা গৈছে খোজকাঢ়ি ফুৰিব পৰা এক দুষ্প্রাপ্য মাছ৷ ‘হেণ্ডফিছ’ হিচাপে পৰিচিত এই মাছবিধ হ’ল সোঁফালে দুখন...

Popular