ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

বতৰৰ আগজাননীঃ অসমকে ধৰি বিভিন্ন ৰাজ্যত ২–৩ দিন ধৰি হ’ব প্ৰবল বৰষুণ

অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত অহা দুই–তিনি দিন ধৰি বিজুলী–ঢ়েৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ ভূ–বিজ্ঞান মন্ত্রালয়ে প্রকাশ কৰা আগজাননী অনুসৰি প্রবল বৰষুণ হোৱাৰ সম্ভাৱনা...

শপত গ্ৰহণৰ পাছতেই মুখ্যমন্ত্ৰীক শুভেচ্ছা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

সোমবাৰে ৰাজ্যৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে শপত গ্ৰহণ কৰাৰ পাছতেই নৱ নিযুক্ত মুখ্যমন্ত্ৰীগৰাকীক টুইটাৰ যোগে শুভেচ্ছা...

ক’ৰনাত আক্ৰান্ত হ’ল অভিনেত্ৰী কংগনা ৰাণাৱট।

ক'ৰনাত আক্ৰান্ত হৈছে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট। ছচিয়েল মিডিয়াযোগে নিজে এই কথা ৰাজহুৱা কৰিলে অভিনেত্ৰীগৰাকীয়ে। ক'ৰনা পজিটিভ হোৱাৰ পাছৰে পৰা কংগনা আছে কোৱৰেণ্টাইনত।বিগত কেইদিনমান...

কোভিড প্ৰট’কল ভংগ কৰি কুকুৰ গ’ল কাৰাগাৰলৈ

কোভিড-১৯ প্ৰট’কল উলংঘা কৰাৰ বাবে কাৰাগাৰলৈ যাব লগা হৈছিল কিছুসংখ্যক অসচেতন নাগৰিক। কিন্তু এইবাৰ কোভিড বিধি নামানি জেলত গ’ল এটা কুকুৰ। দোষ কুকুৰটোৰ নাছিল। অসচেতন মালিকৰ বাবে...

ইণ্ডিয়া বুক অৱ ৰেকৰ্ড’ত নিজৰ নাম অন্তর্ভুক্ত কৰি ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে খনীন মেধীয়ে

ৰঙিয়া মহকুমাৰ অন্তৰ্গত লাচি-বিষ্ণুপুৰ গাঁৱৰ ভিঠেলীপাৰা চুবুৰীৰ উমেশ চন্দ্ৰ মেধী আৰু নিৰলা মেধীৰ জেষ্ঠ পুত্ৰ খনীন মেধীয়ে ইণ্ডিয়া বুক অৱ ৰেকৰ্ড'ত নিজৰ নাম অন্তর্ভুক্ত...

Popular