October 17, 2020 NEET পৰীক্ষাৰ ফলাফল ঘোষণা, ১০০ শতাংশ নম্বৰেৰে উজলিল ওড়িশ্যাৰ মেধাৱী ছাত্ৰ Share FacebookTwitterWhatsAppTelegramKooEmail ডিজিটেল ডেস্কঃ শুকুৰবাৰে ঘোষণা কৰা হ’ল NEET ২০২০ পৰীক্ষাৰ ফলাফল। NEET পৰীক্ষাত ইতিহাস ৰচনা কৰি ওড়িশ্যাৰ শ্বয়েব আফতাব নামৰ পৰীক্ষাৰ্থীয়ে গৰাকীয়ে ৭২০ নম্বৰৰ ভিতৰত ৭২০ নম্বৰে লাভ কৰিবলৈ সক্ষম হৈছে। Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰতৰ মহিলা ক্ৰিকেটৰ A দলত স্থান লাভ দুই অসম কন্যাৰ দৈনন্দিন বাৰ্তা - August 28, 2026 নেপালত পুনৰ হ’ব জলপ্ৰলয়! সঁচা প্ৰমাণিত হ’ল চীনৰ সতৰ্কবাণী… দৈনন্দিন বাৰ্তা - August 28, 2026 অসম সাহিত্য সভা আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত ‘কাব্যকাকলি’ সফলতাৰে সম্পন্ন দৈনন্দিন বাৰ্তা - August 28, 2026