Breaking

উদ্বোধন হ’ল ডিব্ৰুগড়ৰ থানা চাৰিআলিত নৱনিৰ্মিত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়

0 49

ডিব্ৰুগড় থানা চাৰিআলিত নৱনিৰ্মিত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়টো মঙলবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়।

City Infra Development Fund চমুকৈ CIDF আঁচনিৰ অধীনত প্ৰায় ৩ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ কৰা জিলা আৰক্ষী অধীক্ষকৰ নতুন কাৰ্যালয়টো উদ্বোধন কৰে বিধায়ক প্ৰশান্ত ফুকনে।

উক্ত কাৰ্যসূচীত উপস্থিত থাকে ডিব্ৰুগড় জিলা আয়ুক্ত বিশ্বজিত পেগু,ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক শ্বেতংক মিশ্ৰৰ লগতে অন্যান্য বিষয় ববীয়া সকল।

Leave A Reply