নগাঁৱৰ কাতিমাৰীৰ CRPFৰ কেম্পত ভয়ংকৰ ঘটনা।
সতীৰ্থৰ গুলীত নিহত তিনিজন CRPF জোৱান।
হেড কনিষ্টবল বিষ্ণু পণ্ডিত বাঘেলৰ মৃত্যু।
মৃত্যু হয় ASI বালানী প্ৰেমাৱৰম।
ASI ৰামলাল সিং যাদৱৰো মৃত্যু।
গুৰুতৰভাৱে আহত ASI মানে গোবিন্দ শ্ৰীপাল।
গুৰুতৰভাৱে আহত ASI শ্ৰীপালক গুৱাহাটীলৈ প্ৰেৰণ।
সতীৰ্থক গুলীয়াই CRPF জোৱানজনৰ আত্মহত্যা।
পুৱা প্ৰায় ৭.৩০ বজাত সংঘটিত এই ঘটনা।

