Breaking

Browsing Category

উত্তৰ-পূৰ্বাঞ্চল

জ্যেষ্ঠ সাংবাদিক পদ্মেশ্বৰ চিত্ৰকৰৰ মৃত্যু : দৈনন্দিন বাৰ্তা’ কাকতৰ কাৰ্যালয়ত বন্তি প্ৰজ্বলন

গুৱাহাটী অসমৰ এজন জ্যেষ্ঠ সাংবাদিক পদ্মেশ্বৰ চিত্ৰকৰৰ বুধবাৰে নিশা ১০ বজাত মৃত্যু হয়৷ যোৱা চাৰি দশক ধৰি গুৱাহাটীত সাংবাদিকতা কৰা জ্যেষ্ঠ সাংবাদিকজন প্ৰায় ডেৰ মাহ ধৰি চিকিৎসালয়তে আছিল৷ মৃত্যুৰ পূৰ্বে দুদিন ধৰি সাংবাদিকজনক আইচিইউত ৰখা
Read More...

মহাপুৰুষীয়া সমাজৰ কেন্দ্ৰীয় সমিতিৰ নৱ নিৰ্বাচিত সভাপতি গকুল ভৰালীৰ দেহাৱসান

নাজিৰা  গুৱাহাটীৰ খানাপাৰাত অৱস্থিত হেল্প চিটি চিকিৎসালয়ত বৃহস্পতিবাৰে দিনৰ ৩.৩০ বজাত দেহাৱসান হয় মহাপুৰুষীয়া সমাজৰ কেন্দ্ৰীয় সমিতিৰ পূৰ্বৰ প্ৰতিষ্ঠাপক আৰু  নৱনিৰ্বাচিত সভাপতি গকুল ভৰালীৰ। গুৱাহাটী ফটাশিল আমবাৰীৰ বাসিন্দা আছিল গকুল
Read More...

নাজিৰাত কেচুসাৰৰ সলনি পলসুৱা মাটি, শিল

নাজিৰা  সমগ্ৰ দেশতে লকডাউনত। লকডাউনত সৰ্বস্বান্ত কৃষক। কৃষক শ শ বিঘা খেতি হৈছে নষ্ট। আনফালে কৃষি বিভাগে যোগান ধৰা কেচুসাৰতো এতিয়া দেখা গৈছে ব্যাগোম কেলেংকাৰি। জিলা কৃষি বিভাগলৈ এই কেচুসাৰ প্ৰদান কৰি পঞ্চায়তৰ জৰিয়তে কৃষকলৈ যোগান ধৰা
Read More...

সেনাই আটক কৰা বিশ্ববিদ্যালয়ৰ ছাত্ৰ সত্যব্ৰতৰ বিৰুদ্ধে গোচৰ

টিংখাং ভাৰতীয় সেনা বাহিনীৰ এটা দলে মঙলবাৰৰ নিশা আটক কৰা ডিব্ৰুগড় জিলাৰ টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত কুঁৱৰীগাঁৱৰ সত্যব্ৰত বুঢ়াগোঁহাই নামৰ যুৱকজনক যোৱা নিশা আৰক্ষীক গতাই দিয়ে। আলফা স্বাধীনৰে জড়িত থকাৰ সন্দেহত আটক কৰা যুৱকজনক
Read More...

ছোৱাইন ফিভাৰ : বোকাখাতত ১৪৪ ধাৰা, দ্ৰোনৰ জড়িয়তে পৰ্যৱেক্ষণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ

বোকাখাত ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ লগতে বোকাখাত মহকুমাতো দেখা দিছেহি গাহৰিৰ মহামাৰীয়ে। এই মহামাৰীৰ লক্ষণৰ পৰা আফ্ৰিকান গাহৰিৰ জ্বৰ বুলি ঠাৱৰ কৰাৰ অৱকাশ আছে। এই ভয়াবহ সংক্ৰমক মহামাৰী এতিয়া সমগ্ৰ মহকুমাটোৰ পশুধনৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয়
Read More...

শিৱসাগৰৰ সাংবাদিকক মাস্ক, ছেনিটাইজাৰ বিতৰণ ৰটাৰী ক্লাবৰ

শিৱসাগৰ  ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো চলি আছে লকডাউন। এনে এক আতংকময় পৰিবীৱেশৰ মাজত নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি ক’ৰ’ণাৰ বিৰুদ্ধে যুঁজত ৰাইজক সজাগ কৰি ৰখাৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ
Read More...

লংকাত বজৰং দলৰ জৰুৰীকালীন কৰ্মত নিয়োজিত কৰ্মীক মাস্ক,গামোচা বিতৰণ

লংকা সমগ্ৰ দেশত লকডাউন চলি থকা সময়তে আজি লংকাত বজাৰং দলে এক প্ৰসংসনীয় পদক্ষেপ  লোৱা পৰিলক্ষিত হয়। দেশৰ সংকটকালীন সময়ত লংকা চহৰৰ জৰুৰীকালীন সেৱাত নিয়োজিত সকলো চিকিৎসক-নাৰ্চ, আৰক্ষী-জোৱান, চৰকাৰী কৰ্মচাৰী, চাফাই কৰ্মী আৰু সাংবাদিকক
Read More...

কাৰ্বি আংলং জিলাত উল্লেখনীয় সেৱা ১০৮ৰ

দেওপানী সমগ্ৰ বিশ্বতেই ক’ভিড-১৯ মহামাৰীয়ে যি ত্ৰাস চলাই আছে তেনে ভয়ানক সময়তে দেশতো অব্যাহত আছে লকডাউন কাৰ্যসূচী৷ তেনে সময়তে অসম চৰকাৰৰ অধীনৰ এক জৰুৰীকালীন মানৱ সেৱাত উৎসৰ্গিত বিভাগ ১০৮ৰ কৰ্মচাৰীসকলেও আগবঢ়াই আহিছে তেওঁলোকৰ নিষ্ঠা
Read More...

গৰৈমাৰীত ৰাইজৰ হাতত আটক মহিলাসহ ২ ড্ৰাগছ ব্যৱসায়ী

সোণতলী দীৰ্ঘদিনৰে পৰা এচাম দুষ্ট চক্ৰই নিৰ্বিঘ্নে চলাই অহা ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে সচেতন ব্যক্তিসকলে বিশেষ তৎপৰতা অৱলম্বন কৰিছে দক্ষিণ কামৰূপত৷ উল্লেখ্য যে দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত গৰৈমাৰীৰ চাম্পুপাৰা, শিঙিমাৰী
Read More...

নভেল ক’ৰ’ণা ভাইৰাছ পটভূমিত প্ৰথমখন অসমীয়া গ্ৰন্থৰ প্ৰস্তুতি সম্পূৰ্ণ

নগাঁও আজি বিশ্বৰ মানৱ জাতি তথা মানৱ সভ্যতা গভীৰ সংকটত। মাত্ৰ কেইটামান মাহৰ পূৰ্বে আধুনিক বিজ্ঞান তথা তথ্য প্ৰযুক্তিৰে আকাশ চুব পৰা চীনৰ য়ুহান প্ৰদেশত আবিৰ্ভাৱ ঘটিছিল এটা অচিন ভাইৰাছৰ। মাত্ৰ এটা সপ্তাহৰ ভিতৰত  সদাব্যস্ত য়ুহানলৈ এই অচিন
Read More...