উত্তৰ-পূৰ্বাঞ্চল

Parag Festival:সোৱণশিৰিত উদুলি-মুদুলি বগুম গাঁৱৰ প:ৰাগ উৎসৱ

দৈনন্দিন বাৰ্তা সেৱা, সোৱণশিৰি,২৭ মাৰ্চ: উদুলি-মুদুলি বগুম গাঁৱৰ প:ৰাগস্থলী(Parag Festival)। ২৫ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ চাৰি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা বগুম গাঁৱৰ প:ৰাগত গুমৰাগ আৰু ঐনিতমৰ ছন্দত মুখৰিত হৈ পৰে।(Bagum Village)

Government Sector School:টিংখাঙৰ এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ হেতা ওপৰা

দৈনন্দিন বাৰ্তাৰ সেৱা, ২৭ মাৰ্চ: টিংখাঙৰ এখন চৰকাৰী(Government Sector School) খণ্ডৰ বিদ্যালয়ত নামভৰ্তিৰ বাবে দেখা গ'ল এক বিপৰীত দৃশ্য।বিদ্যালয়খনত ষষ্ঠ আৰু অষ্টম শ্ৰেণীত নামভৰ্তি কৰিবলৈ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ ব্যাপক সমাগম পৰিলক্ষিত হয়।

এন এইচ এম কৰ্মচাৰীৰ দুৰ্দশা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিলে সাংসদ সুস্মিতা দেৱে । NHM

দৈনন্দিন বাৰ্তাৰ সেৱা , মঙলদৈ বিশেষ সেৱা ,২৬ মাৰ্চ :NHM । ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ 'নিঃক্ষয় পোষণ যোজনা'ত উল্লেখনীয় সাফল্য লাভ কৰাৰ বাবে অসমে...

ডিমৌত একেলগে বিয়ানাম গাব ১২ হেজাৰ মহিলাই,লক্ষ্য অসম বুক অৱ ৰেকৰ্ড। Assam Book of Records

ডিমৌত একেলগে বিয়ানাম গাব ১২ হেজাৰ মহিলাই,লক্ষ্য অসম বুক অৱ ৰেকৰ্ড। Assam Book of Records

Fata Bihu:৯ মে’ৰ পৰা ঢকুৱাখনাৰ ম’হঘুলি চাপৰিত ঐতিহ্যমণ্ডিত ফাটবিহু

ঢকুৱাখনাবাসীৰ স্বাভিমানৰ প্ৰতীক, একক জাতীয় লোক কৃষ্টিৰ উৎসৱ ফাট বিহু-২০২৫(Fata Bihu) বৰ্ষত উদযাপনৰ পথ প্ৰশস্ত হ'ল

Popular