উত্তৰ-পূৰ্বাঞ্চল

দৰং জিলাৰ গড়কাপ্তানি বিভাগৰ অৱসৰী শাখা সহায়ক আফজল হুছেইনৰ মৃত্যু

দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মুছলিমঘোপা গাঁৱৰ ধৰ্মপ্ৰাণ ব্যক্তি গড়কাপ্তানি বিভাগৰ অৱসৰী শাখা সহায়ক আফজল হুছেইন (৭১)ৰ আজি পুৱা ৫-১৫ বজাত মৃত্যু হয়৷...

বিহালীত সাহিত্য সভাৰ উদ্যোগত সুধাকণ্ঠৰ দশম সংখ্যক মৃত্যু দিৱস পালন

আজি সমগ্ৰ দেশৰ  লগতে  বিহালীতো পালন কৰা হয় সুধা কণ্ঠ ড° ভূপেন হাজৰিকাৰ দশম সংখ্যক মৃত্যু দিবস ।  দক্ষিন বিহালী শাখা সাহিত্য সভাৰ  উদ্যোগত...

লাহৰীঘাটতো দেখা গল পোহৰৰ উৎসৱ দিপাৱলী

 সমগ্র দেশৰ লগতে অসমৰ মৰিগাঁও জিলাৰ লাহৰীঘাট অঞ্চল তথা  আৰক্ষী থানা,বজাৰৰ ব্যৱসায়ী সকলেও নিজৰ নিজৰ দোকানৰ সন্মুখত মাটি চাকি, ৰঙীন মোমবাতি তথা আধুনিক ইলেক্ট্রনিক...

বৰঝাৰ-লীলাবাৰীৰ  মাজত  বিমান সেৱা আৰম্ভ

গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা লখিমপুৰ জিলাৰ লীলাবাৰী বিমানবন্দৰলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে। ব্যক্তিগত খণ্ডৰ বিমান পৰিবহণ সংস্থা ফ্লাইবিগৰ ৭২...

খাৰুপেটীয়াত আজমল চিনিয়ৰ চেকেণ্ডাৰী স্কুলত NEET ত উত্তীৰ্ণ  ছাত্ৰক সম্বৰ্ধনা

সদ্য ঘোষিত NEET ৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দৰঙৰ খাৰুপেটীয়া আজমল চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ দুই প্ৰাক্তন ছাত্ৰক সম্বৰ্ধনা জ্ঞাপন । এই সম্বৰ্ধনা জ্ঞাপন...

Popular