উত্তৰ-পূৰ্বাঞ্চল

ধিং এক্সপ্রেছ হিমা দাসৰ আন এক সাফল্য

পাটিয়ালাত অনুষ্ঠিত ভাৰতীয় গ্ৰাঁ প্ৰিত ৪×১০০ ৰিলে’ ৰেচত ৩ সহযোগীৰ সৈতে স্বৰ্ণ জয় হিমাৰ ০.০৮ ছেকেণ্ডৰ বাবেহে অলিম্পিকলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হিমা

আজিৰে পৰা অম্বুবাচী ! নাই লাখ লাখ ভক্তৰ সমাগম

আজি অৰ্থাত মঙলবাৰৰ পৰা শক্তিপীঠ কামাখ্যাত আৰম্ভ হ’ব অম্বুবাচী। অৱশ্যে কৰ’ণাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি অতি সাধাৰণ ভাৱে অনুষ্ঠিত কৰা হ’ব অম্বুবাচী। অইন বাৰৰ দৰে...

ভাৰতীয় বায়ু সেনাই শীঘ্ৰেই চীনক উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ ড্ৰেগনৰ সৈতে পূব সীমান্তত ৰাফেল যুঁজাৰু বিমান মোতায়েন কৰিব ভাৰতে

ভাৰতে যিকোনো চীনা অহংকাৰৰ উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ ড্ৰেগনৰ সৈতে পূব সীমান্তত ৰাফেল যুঁজাৰু বিমান (Rafale Fighter Jets) মোতায়েন কৰাৰ সিদ্ধান্ত লৈছে। ভাৰতীয় বায়ু সেনাই...

খেতি পথাৰৰ পৰা ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম গৰু-ম’হৰ হালেৰে মাটি চহোৱাৰ মাদকতা

হালৰ গৰু- ম'হ হাল হ'ল কৃষক সকলৰ এক এৰাব নোৱাৰা সম্পদ।যাৰ অৱৰ্তমানত কৃষকৰ ঘৰ-পৰিয়াল চলাই নিয়াৰ যেন কল্পনাই কৰিব নোৱাৰি। ৰাজ্যখনৰ প্ৰায় ৮০ শতাংশ...

ওদালগুৰিত গ্ৰেপ্তাৰ ৪জন চোৰাং গৰু ব্যৱসায়ী

ওদালগুৰিৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত ১৭জুনৰ পুৱতি নিশা ওদালগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰাণীপুখুৰী গাওঁৰ পৰা ৪ জন চোৰাং গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে‌।ভাৰপ্ৰাপ্ত বিষয়া...

Popular