Breaking

Browsing Category

উত্তৰ-পূৰ্বাঞ্চল

চাপৰমুখত শোৱাপাটিৰ পৰাই কিশোৰ সন্ধানহীন।

চাপৰমুখ আৰক্ষী চকীৰ অন্তৰ্গত চাপৰমুখ কৃষ্ণনগৰৰ এজন কিশোৰ আজি পুৱাৰ পৰাই নিৰুদ্দেশ  হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।জানিব পৰা মতে কৃষ্ণনগৰৰ মুকুট বৰাৰ পুত্ৰ তথা চাপৰমুখৰ চেন্ট বেচিলছ একাডেমীৰ নৱমমান শ্ৰেণীৰ ছাত্র গৌৰৱজ্যোতি বৰা(বাবু)
Read More...

নাজিৰা কেন্দ্ৰীয় বিদ্যালয়ত “পৰীক্ষা পে চৰ্চা” শীৰ্ষক কাৰ্যসূচী।

নাজিৰা কেন্দ্ৰীয় বিদ্যালয়ত "পৰীক্ষা পে চৰ্চা" শীৰ্ষক কাৰ্যসূচী। সকলো শিক্ষাৰ্থীৰ লগতে অভিভাৱকক অংশগ্ৰহণ । তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ আৱাসিক এলেকাত অৱস্থিত নাজিৰা কেন্দ্ৰীয় বিদ্যালয়ত আজি "পৰীক্ষা পে চৰ্চা" শীৰ্ষক কাৰ্যসূচী ৰূপায়ন কৰে ।
Read More...

ওৰাংআঞ্চলিক বিষ্ণুজ্যোতি মহিলা আৰু শিশু বিকাশ সমিতিৰ কাৰ্য্যালয় গৃহ শুভ উদ্ধোধন

 ৩১মাৰ্চত ওদালগুৰি জিলাৰ  ওৰাং আঞ্চলিক বিষ্ণুজ্যোতি মহিলা আৰু শিশু বিকাশ সমিতিৰ  আই মাতৃ সকলৰ প্ৰচেষ্টাত আৰু সাংসদ পুঁজিৰ সহযোগত সম্পূৰ্ণ হৈ উঠা স্থায়ী কাৰ্য্যালয়টো  মুকলি কৰা হয়  । সুৱৰ্ণ ভৱন  হিচাপে নামাকৰণ কৰা কাৰ্য্যালয় গৃহটো শুভ
Read More...

গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ বয়নশিল্পত বিহুৱান বোৱাত ব্যস্ত শিপিনী

গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ বয়নশিল্পত বিহুৱান বোৱাত ব্যস্ত শিপিনী ।লক্ষ্য এহেজাৰখন বিহুৱান বৈ তোলাৰ । গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ বয়নশিল্পত কৰ্মৰত ৪০ গৰাকী  শিপিনীৰ যেন কৰ্ম ব্যস্ততাৰ সীমা নাই। পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ
Read More...

মেডাম আপুনি চিকিৎসালয়ৰ বিচনা চাদৰখনক কাপোৰ বনাই লৈছে, চিকিৎসালয়ৰ লোকসকলে ইয়াক বিচাৰি আছে !

ছ'চিয়েল মিডিয়াত মালাইকা অৰোৰাৰ পোছাকক উপহাস কৰা হৈছিল, ভিডিঅ'টো চোৱাৰ পিছত মানুহে এনে মন্তব্য কৰিছিলমালাইকা অৰোৰাৰ ফেশ্বন চেঞ্চ বহুত ভাল লাগিছে। তাই পিন্ধা সকলোবোৰ ট্ৰেণ্ডত সোমাবলৈ বেছি সময় নালাগে। অৱশ্যে, বহুসময়ত তেওঁলোকক তেওঁলোকৰ
Read More...

কৰোনাৰ চতুৰ্থ ঢৌত আপোনাৰ দাঁত বিপদাপন্ন হয়, এই 6 টা লক্ষণ উপেক্ষা নকৰিব

কৰোনাৰ চতুৰ্থ ঢৌত আপোনাৰ দাঁত বিপদাপন্ন হয়, এই 6 টা লক্ষণ উপেক্ষা নকৰিব । কৰোনাভাইৰাছৰ চতুৰ্থ ঢৌএই মুহূৰ্তত ভাৰতত আঘাত কৰা নাই, কিন্তু ইয়াৰ লক্ষণবোৰ জনাটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ, কিয়নো নতুন প্ৰকাৰটোৱে দাঁতক প্ৰভাৱিত কৰিছে।
Read More...

যৌতুকৰ বাবে হত্যা ৩০ বছৰীয়া মহিলাক

হাৰিয়ানাত, কৰ্ণাল জিলাৰ চান্দচামান্দ গাঁৱৰ এগৰাকী ছোৱালীক যৌতুক নিৰ্যাতনৰ বাবে হত্যা কৰা হৈছে। ঘটনাটো পুনেত সংঘটিত হৈছিল। ৩০ বছৰীয়া অঞ্জলীৰ দেউতাকৰ অভিযোগৰ ভিত্তিত ইন্দ্ৰি আৰক্ষী থানাই মৃতকৰ স্বামী অংকিত আৰু তেওঁৰ পৰিয়ালৰ আন তিনিজন
Read More...

গড়কাপ্তানি পথত ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজৰ ভূঁই ৰুই উত্তাল প্ৰতিবাদ

কলগাছিয়াৰ সাওঁৰাচৰাৰ গড়কাপ্তানি পথত ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে ভূঁই ৰুই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। জনীয়া সমষ্টিৰ অন্তৰ্গত জনতা পৰা সাওঁৰাচৰা পৰা শোলমাৰী হৈ মইনবৰী গড়কাপ্তানি পথছোৱাত এজাক বৰষুণতেই সৃষ্টি হয় শ শ পুখুৰী সদৃশ গাত। যাৰ
Read More...

সৃষ্টি”এক স্বেচ্ছাসেৱী অনুষ্ঠানৰ উদ্যোগত বিহু কৰ্মশালা

সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ তীৰ্থনগৰী হাজোৰ কুলহাটীতো দেখা গৈছে হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ ব্যপক প্ৰস্তুুতি । হাজোৰ কুলহাটীতো আৰম্ভ হৈছে বিহু কৰ্মশালা।সৃষ্টি"এক স্বেচ্ছাসেৱী অনুষ্ঠানৰ উদ্যোগত আৰম্ভ হোৱা বিহু কৰ্মশালাৰ শুভাৰম্ভ কৰে পাচগাওঁ
Read More...

পুনেত কাঠৰ গুদামত ভয়ংকৰ অগ্নিকাণ্ড

শুক্ৰবাৰে পুৱতি নিশা পুনেৰ জনবহুল নানা পেথ অঞ্চলৰ এটা গুদামত এটা ডাঙৰ জুই লাগিছিল। উদ্ধাৰ অভিযানৰ সময়ত দুজন অগ্নিনিৰ্বাপক সহ চাৰিজন লোক জ্বলি মৃত্যুমুখত পৰে। ইয়াত, লোকচান কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে।
Read More...