Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
উত্তৰ-পূৰ্বাঞ্চল
তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলিত ডাম্পাৰৰ খুন্দাত যুৱতীৰ মৃত্যুপথ অৱৰোধেৰে ৰাজপথ উত্তাল কৰিলে স্থানীয় ৰাইজে
মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে, সকলো আদালতত ক’মঃ শিখা শৰ্মা
কংগ্ৰেছৰ সৈতে গোপনে মিতিৰালি কৰিছে মুখ্যমন্ত্ৰী: AIUDF মুৰব্বী বদৰুদ্দিন আজমলৰ বিস্ফোৰক অভিযোগ
AMSU: হোজাই আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমছুৰ ধৰ্ণা
অসম
দৈনন্দিন বাৰ্তা
-
October 24, 2024
হোজাই জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত বৃহস্পিতবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু'ৰ(AMSU) হোজাই জিলা সমিতিয়ে বৃহৎ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰায় এক হেজাৰৰো অধিক লোকৰ অংশগ্ৰহণত আমছু'ৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ হোজাই
Bishwanath Road Accidents: বিশ্বনাথৰ সাধাৰুত কিয় পথ দুৰ্ঘটনাৰ আশংকা
অসম
দৈনন্দিন বাৰ্তা
-
October 23, 2024
বিশ্বনাথৰ সাধাৰুত পুণৰ পথ দুৰ্ঘটনাৰ আশংকা।বিশ্বনাথৰ সাধাৰুত যিকোনো মহূৰ্ততে পুণৰ সংঘটিত হ'ব পাৰে ভয়ংকৰ পথ দুৰ্ঘটনা। বিশ্বনাথৰ সাধাৰুৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত থকা এটা ডিভাইডাৰৰ বাবেই উক্ত ঠাইত সঘনাই সংঘটিত হৈ আহিছে শোকাৱহ পথ দুৰ্ঘটনাৰ(Bishwanath Road Accidents) দৰে ঘটনা
Non Mising Inhabited Areas: মিচিং স্বায়ত্ত পৰিষদত অনা-মিচিং অধ্যুষিত অঞ্চল
assam
দৈনন্দিন বাৰ্তা
-
October 23, 2024
পুনৰ চৰকাৰী শুনানীত মঙলবাৰে ১৭টাকৈ জাতি-জনগোষ্ঠীয় সংগঠনে স্পষ্ট কৰিলে, মিচিং স্বায়ত্ব পৰিষদৰ খচৰাৰ পৰা অনা মিচিং গাঁওসমূহ(Non Mising Inhabited Areas) কৰ্তন হ'বই লাগিব। অন্যথা সমগ্ৰ উজনি অসম প্ৰতিবাদত উত্তাল হৈ পৰিব। উল্লেখ্য, শিৱসাগৰ জিলাৰ ১১খনকৈ অনা-মিচিং গাঁও মিচিং স্বায়ত্ব পৰিষদৰ অন্তৰ্ভুক্তিৰ বিৰুদ্ধে শিৱসাগৰত অসমৰ জাতীয় জনগোষ্ঠীয় দ'ল-সংগঠনৰ ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে(Ethnic Groups)।
Tezpur Tractor Hospital: তেজপুৰত জৰাজীৰ্ণ পথ বাবেই ট্ৰেক্টৰতে চিকিৎসালয়লৈ নিলে ৬০ ঊৰ্ধৰ ৰোগীক
অসম
দৈনন্দিন বাৰ্তা
-
October 23, 2024
বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্য্যকালত ৰাজ্যৰ বাট-পথসমূহৰ ব্যাপক উন্নতি সাধন হৈছে বুলি শাসকীয়পক্ষই সততে জয়ঢোল বজাই অহাৰ সময়তে তেজপুৰৰ সমীপৱৰ্তী অঞ্চলত মঙলবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা৷ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঝাৰণি চাপৰিৰ কৃষ্ণ বাহাদুৰ ছেত্ৰী নামৰ এজন ৬০ উৰ্ধৰ ব্যক্তি জৰাজীৰ্ণ পথৰ বাবে অকাল মৃত্যুক সাৱটিব লগা হোৱা ঘটনাই বাট-পথ উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে৷ উল্লেখ্য, ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিহগুৰিৰ পৰা উত্তৰ দিশৰ ঝাৰণি চাপৰি সংযোগী পথছোৱা আজিও কেচাঁ আৰু বোকাময়(Tezpur Tractor Hospital)
Dana Cyclone: সাগৰীয় ঘূৰ্ণী ডানা কালৰূপ ধৰি আহিছে অসম তথা উত্তৰ-পূবলৈ
উত্তৰ-পূৰ্বাঞ্চল
দৈনন্দিন বাৰ্তা
-
October 23, 2024
কালৰূপ ধৰি আহিছে আন এক সাগৰীয় ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম দিয়া হৈছে ডানা। বিশ্বৰ বিধ্বংসী ঘূৰ্ণীৰ মাজৰে এটা হৈছে ডানা। দুই -এদিনৰ ভিতৰতে ডানাই(Dana Cyclone) ওড়িশা , পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আঘাত কৰিব পাৰে। এই ঘূৰ্ণীৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ-পূবতো
1
...
59
60
61
...
375
Page 60 of 375
Popular
Mamata Banerjee: উচ্চতম ন্যায়ালয়ত অধিবক্তাৰ ৰূপত দেখা যাব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক
দৈনন্দিন বাৰ্তা
-
February 4, 2026