Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
উত্তৰ-পূৰ্বাঞ্চল
ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে বান দুৰ্গত ৰাইজলৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ৩ লাখ টকা অনুদান।
কৃষকসকলৰ বাবে ‘মুখ্যমন্ত্ৰী কৃষক উৎকৰ্ষ বঁটা’, লোকপিয়লক লৈও মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
বিজেপিৰ নতুন সাংগঠনিক নিযুক্তি ঘোষণা, ৰাষ্ট্ৰীয় সম্পাদকৰ তালিকাত অসমৰ মৃগাংক বৰ্মন
Bhutan Tourism: তামুলপুৰৰ ভূমি বন্দৰ দৰঙাত সংহত তালাচী চকী মুকলি
অসম
দৈনন্দিন বাৰ্তা
-
November 7, 2024
অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু ভূটানৰ(Bhutan Tourism) প্ৰধানমন্ত্ৰী দাছো শ্বেৰিং টবগেই আজি তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙাত(Tamulpur Daranga) এটি সংহত তালাচী চকী(Integrated Check Post) উদ্বোধন কৰে।
Alliance Candidate Diptimoy Chowdhury: বঙাইগাঁৱত মিত্ৰদলৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ হৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ নিৰ্বাচনী প্ৰচাৰ- আজি ৰাজ্যখনে বিকাশৰ এক নতুন দিগন্তলৈ গতি...
অসম
দৈনন্দিন বাৰ্তা
-
November 6, 2024
ফণীভূষণ চৌধুৰীয়ে সাংসদ হ'বলৈ ইমান ইচ্ছা কৰা নাছিলে(Alliance Candidate Diptimoy Chowdhury)৷ মই যেতিয়া প্ৰথমে ফণীভূষণ চৌধুৰীক সাংসদ হ'বৰ কাৰণে আপুনি প্ৰাৰ্থী হ'ব লাগে বুলি উল্লেখ কৰিছিলো তেখেতে মোক কৈছিল যে তেখেতৰ তেনেকুৱা কোনো আশা নাই৷
Drama Jui: বহৰি শ্বহীদ স্মৃতি ৰঙ্গমঞ্চত ‘জুই’
অসম
দৈনন্দিন বাৰ্তা
-
November 6, 2024
বহৰি শ্বহীদ স্মৃতি ৰঙ্গমঞ্চত 'জুই'(Drama Jui)। এই জুই এনেকৈ সম্প্ৰসাৰিত হৈ পৰে যে জুই চাই থকা দৰ্শকসকলে মাঘ মহীয়া জুইৰ উত্তাপ লৈহে যেন বহি আছে। যেন জুই এৰি কোনো উঠি যাব নোৱাৰে।
Kaziranga National Park: এমভি মহাবাহুৰে চতুৰ্থবাৰৰ বাবে পৰ্যটক হৈ অসমৰ কলিয়াবৰত উপস্থিত হোৱা ১০১ বছৰ গৰকা নিউজিলেণ্ডৰ আইতা নেন্সি ৰৱাৰ্টচে নাচিলে বিহু
অসম
দৈনন্দিন বাৰ্তা
-
November 6, 2024
ৰাজ্যলৈ এতিয়া দেশী-বিদেশী পৰ্যটকৰ সোঁত বৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান(Kaziranga National Park) পৰিদৰ্শন কৰিবলৈ ব্ৰক্ষ্মপুত্ৰৰ কুকুৰে জাহাজেৰে দ্বিতীয়টো পৰ্যটকৰ দল মঙ্গলবাৰে বিয়লি কলিয়াবৰৰ শিলঘাট জাহাজঘাটত উপস্থিত হয়। এই দলটোতে নিউজিলেণ্ডৰ ১০১ বছৰীয়া আইতাই লাখুটি লৈ আহিল অসমলৈ(Assam)।
Bhupen Hazarika’s Statue: কোকৰাঝাৰত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন
অসম
দৈনন্দিন বাৰ্তা
-
November 5, 2024
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ(Bhupen Hazarika's Statue) ত্ৰয়োদশ মৃত্যু বাৰ্ষিকীত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে আজি কোকৰাঝাৰৰ(Kokrajhar) সুধাকণ্ঠ কাননত প্ৰসিদ্ধ সাংস্কৃতিক ব্যক্তিত্বগৰাকীৰ এক বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰে।অনুষ্ঠানটোত বৰেণ্য শিল্পীগৰাকীৰ সন্মানত 'ভূপেন্দ্ৰ বৈভৱ' শীৰ্ষক এখন স্মৰণিকাও উন্মোচন কৰা হয়।
1
...
65
66
67
...
387
Page 66 of 387
Popular
ভূপেন হাজৰিকাৰ জীৱন ভিত্তিক মাণিক চন্দ্ৰ শৰ্মাৰ গ্ৰন্থ “মহাকাশে দিলে মোক বিশাল দৃষ্টি”
দৈনন্দিন বাৰ্তা
-
August 29, 2026