Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
উত্তৰ-পূৰ্বাঞ্চল
ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে বান দুৰ্গত ৰাইজলৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ৩ লাখ টকা অনুদান।
কৃষকসকলৰ বাবে ‘মুখ্যমন্ত্ৰী কৃষক উৎকৰ্ষ বঁটা’, লোকপিয়লক লৈও মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
বিজেপিৰ নতুন সাংগঠনিক নিযুক্তি ঘোষণা, ৰাষ্ট্ৰীয় সম্পাদকৰ তালিকাত অসমৰ মৃগাংক বৰ্মন
Bangladeshi Issue: কংগ্ৰেছে ছোনিয়া গান্ধীক কিয় ইটালিয়ান বুলি নকয়ঃ মুখ্যমন্ত্ৰী
অসম
দৈনন্দিন বাৰ্তা
-
November 5, 2024
কোন বাংলাদেশী, কোন বিদেশী সেয়া কংগ্ৰেছে কেনেকৈ ক'ব। বাংলাদেশী(Bangladeshi Issue) চিনাক্ত কৰা বিজেপিৰ কাম।কংগ্ৰেছে পুনৰ বাংলাদেশী বিষয় উত্থাপন কৰি ৰাজ্যত পৰিস্হিতি উত্তপ্ত কৰিব বিচাৰিছে। ধলাইৰ বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস বাংলাদেশী হিচাপে কংগ্ৰেছৰ অভিযোগ সন্দৰ্ভত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই(CM HBS)।
Koch Rajbongshi: ১০ নৱেম্বৰৰ আগতে কোচ ৰাজবংশীক বিনাচৰ্তে ভূমি মালিকীস্বত্ব (নামজাৰি) প্ৰদানৰ কথা স্পষ্ট কৰক, মুখ্যমন্ত্ৰীক আহ্বান
অসম
দৈনন্দিন বাৰ্তা
-
November 5, 2024
অসম চৰকাৰে শেতীয়াকৈ বসুন্ধৰা ৩.o জৰিয়তে ভূমি মালিকীস্বত্ব লাভৰ বাবে তিনিটা প্ৰজন্মৰ নথিপত্ৰ দাখিলৰ যি অধ্যাদেশ জাৰি কৰিছে সেই সম্পৰ্কত কোচ ৰাজবংশীসকলক(Koch Rajbongshi) বিনাচৰ্তে ভূমি মালিকীস্বত্ব (নামজাৰি) প্ৰদান কৰিব লাগে বুলি দাবী জনাইছে আক্ৰাছুৰ চাৰিটাকৈ গোটৰ লগতে কোচ ৰাজবংশী জাতীয় পৰিষদে(Kamatapuri)৷
A Call to Friendship: পানীখাইটিৰ লুইতৰ পাৰত স্মৃতি ৰোমন্থন অৰ্ধ শতাধিক প্ৰাক্তন গৰ্ডনিয়ানৰ
অসম
দৈনন্দিন বাৰ্তা
-
November 4, 2024
প্ৰায় দুকুৰি দুবছৰৰ অন্তত(A Call to Friendship) গুৱাহাটীৰ পানীখাইটিৰ ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক শোভাৰ(Natural Beauty of the Brahmaputra) মাজত দেওবাৰে পুনৰ মিলিত হ'ল নলবাৰীৰ চৰকাৰী গৰ্ডন(Gordonians) উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এসময়ৰ অৰ্ধ শতাধিক সহপাঠী।
Dr Gokul Goswami: বিশিষ্ট ভূ-বিজ্ঞানী, শিক্ষাবিদ ড০ গকুল গোস্বামীৰ মৃত্যু
অসম
দৈনন্দিন বাৰ্তা
-
November 4, 2024
কলিয়াবৰৰ সুসন্তান ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীভলাগুৰি সত্ৰত জন্মলাভ কৰা বিজ্ঞানী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ গকুল গোস্বামীয়ে(Dr Gokul Goswami) যোৱা নিশা প্ৰায় ১০ বজাত বাঙ্গালোৰৰ নিজা বাসভৱনত ৮৫ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। ড০ গকুল গোস্বামী আছিল কলিয়াবৰৰ প্ৰথমজন ডক্টৰেট উপাধি লাভ কৰা ব্যক্তি।
Assam Weightlifting Association: বিনা প্ৰতিদ্বন্দ্বিতাৰে অসম ভাৰোত্তোলন সন্থাৰ সভাপতি নিৰ্বাচিত সৰ্বানন্দ সোণোৱাল
অসম
দৈনন্দিন বাৰ্তা
-
November 3, 2024
অসম ভাৰোত্তলন সন্থাৰ(Assam Weightlifting Association) চলিত বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভাত নতুন কার্যনির্বাহক সমিতিৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Sarbananda Sonowal) সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়।
1
...
66
67
68
...
387
Page 67 of 387
Popular
ভূপেন হাজৰিকাৰ জীৱন ভিত্তিক মাণিক চন্দ্ৰ শৰ্মাৰ গ্ৰন্থ “মহাকাশে দিলে মোক বিশাল দৃষ্টি”
দৈনন্দিন বাৰ্তা
-
August 29, 2026