Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
উত্তৰ-পূৰ্বাঞ্চল
ডিচেম্বৰত লখিমপুৰৰ বছা গাঁৱত প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতা
আদালতত হাজিৰ কৰোৱাৰ পিছতে মুকলি আকাশৰ তললৈ CJPৰ তিনি নেতা
হাৰিপৰা আলিত বৃহৎ মৰণফান্দ গাঁত : যিকোনো মুহূৰ্ততে বিপদৰ আশংকা
Dr Gokul Goswami: বিশিষ্ট ভূ-বিজ্ঞানী, শিক্ষাবিদ ড০ গকুল গোস্বামীৰ মৃত্যু
অসম
দৈনন্দিন বাৰ্তা
-
November 4, 2024
কলিয়াবৰৰ সুসন্তান ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীভলাগুৰি সত্ৰত জন্মলাভ কৰা বিজ্ঞানী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ গকুল গোস্বামীয়ে(Dr Gokul Goswami) যোৱা নিশা প্ৰায় ১০ বজাত বাঙ্গালোৰৰ নিজা বাসভৱনত ৮৫ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। ড০ গকুল গোস্বামী আছিল কলিয়াবৰৰ প্ৰথমজন ডক্টৰেট উপাধি লাভ কৰা ব্যক্তি।
Assam Weightlifting Association: বিনা প্ৰতিদ্বন্দ্বিতাৰে অসম ভাৰোত্তোলন সন্থাৰ সভাপতি নিৰ্বাচিত সৰ্বানন্দ সোণোৱাল
অসম
দৈনন্দিন বাৰ্তা
-
November 3, 2024
অসম ভাৰোত্তলন সন্থাৰ(Assam Weightlifting Association) চলিত বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভাত নতুন কার্যনির্বাহক সমিতিৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Sarbananda Sonowal) সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়।
AMCH and Dibru College: অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়-ডিব্ৰু মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস
অসম
দৈনন্দিন বাৰ্তা
-
November 3, 2024
অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ৭৮সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে ডিব্ৰু মহাবিদ্যালয়ৰ ৬২সংখ্যক প্ৰতিষ্ঠা দিৱসত(AMCH and Dibru College) মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Union Minister Sarbananda Sonowal) ছাত্ৰ সমাজৰ সৈতে মনৰ ভাৱ বিনিময় কৰে(Viswa Guru)।
Koliabhomora: ধ্বংসস্তুপ পৰিণত অসম পৰ্যটন বিভাগৰ কলিয়াবৰস্থিত ‘কলিয়াভোমোৰা জলক্ৰীড়া আৰু পৰ্যটন উদ্যান’
অসম
দৈনন্দিন বাৰ্তা
-
November 3, 2024
তুঙ্গত উঠিছে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচন(Koliabhomora)। চামগুৰি সমষ্টিৰ(Samguri By Election) বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ ঘৰ কলিয়াবৰত। পিছে কলিয়াবৰত বিশেষ চৰ্চা লাভ কৰিছে চামগুৰি সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ নাম।
ASSAM PHYSICON 2024 । দুদিনীয়া কাৰ্য্যসূচীৰে গুৱাহাটীত অসম ফিজিঅ’কন ২০২৪
অসম
দৈনন্দিন বাৰ্তা
-
November 2, 2024
"অসুস্থ মানব শৰীৰৰ জটিলতা দূৰ কৰাৰ ক্ষেত্ৰত উপযুক্ত মাধ্যম হৈছে ফিজিঅ'থেৰাপী।"গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্ৰেক্ষাগৃহত পৰা অহা ৩ নবেম্বৰলৈ দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত “অসম ফিজিঅ’কন ২০২৪'' শীৰ্ষক ফিজিঅ’থেৰাপিৰ ৰাষ্ট্ৰীয় অধিৱেশনত অংশ লৈ এনেদৰেই মন্তব্য কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডা: অচ্যুত চন্দ্ৰ বৈশ্যই।(ASSAM PHYSICON 2024)
1
...
70
71
72
...
391
Page 71 of 391
Popular
বাঘেশ্বৰী দেওবাঁহৰগুৰি দেৱালয়, আদাবাৰী – ঐতিহ্য, পৰম্পৰা আৰু প্ৰবাদ
দৈনন্দিন বাৰ্তা
-
October 21, 2026