Breaking

Browsing Category

উত্তৰ-পূৰ্বাঞ্চল

নাগালেণ্ডত নিৰাপত্তাবাহিনীৰ দ্বাৰা ১৩ জন সাধাৰণ লোক নিহত হোৱাৰ অভিযোগ

শনিবাৰে নিশা নাগালেণ্ডৰ মন জিলাৰ ওটিং অঞ্চলত নিৰাপত্তাৰক্ষীয়ে প্ৰায় ১৩ জন সাধাৰণ লোকক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। বাতৰি অনুসৰি, নিৰাপত্তাৰক্ষীয়ে এখন পিক-আপ বাহনত থকা শ্ৰমিকৰ এটা দলক হত্যা কৰিছিল। ঘটনাটোৰ পিছত,
Read More...

চৰাইদেউ জিলাৰ অসম নাগালেণ্ড সীমান্তৰ কানুবাৰী বালিজান গ্ৰান্টত উত্তেজনা

চৰাইদেউৰ জিলাৰ অসম নাগালেণ্ড সীমান্তত উত্তেজনা ৷যি সময়ত দুয়োখন ৰাজ্যৰ মুখ্য মন্ত্ৰী দুজনে শান্তি শৃংখলা বজাই ৰখাৰ বাবে আলোচনাত মিলিত হৈছে সেই সময়তে অসমৰ দুই গৰাকীকৈ ছাত্ৰক ৮ জনীয়া নগা দূৰ্বৃত্তৰ দলে নাগালেণ্ডৰ লকুন
Read More...

অসমে হেৰুৱাব নাগালেণ্ড বিশ্ববিদ্যালয়ৰ সংৰক্ষিত আসন

নিউজ ডেস্কঃ নাগালেণ্ড বিশ্ববিদ্যালয়ত কৃষি স্নাতক পাঠ্যক্ৰমৰ বাবে সংৰক্ষিত এখন আসন অসমে হেৰুওৱাৰ পথত। অসম চৰকাৰৰ কৃষি সঞ্চালকালয়ৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবেই নাগালেণ্ড বিশ্ববিদ্যালয়ৰ কৃষি স্নাতক পাঠ্যক্ৰমৰ একমাত্ৰ আখন খনৰ পৰা বঞ্চিত হব
Read More...

প্ৰধানমন্ত্ৰীয়ে আজি পূৰ্বাঞ্চল এক্সপ্ৰেছৱে উদ্বোধন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অলপ সময়ৰ ভিতৰতে চুলতানপুৰত এক্সপ্ৰেছৱে উৎসৰ্গা কৰিব। এইটো উত্তৰ প্ৰদেশৰ তৃতীয় ৰানৱে এক্সপ্ৰেছৱে য'ত যুঁজাৰু বিমানে অৱতৰণ আৰু উৰা মাৰিবলৈ সক্ষম হ'ব। ইয়াৰ পূৰ্বে, যুঁজাৰু বিমানখন আগ্ৰা এক্সপ্ৰেছৱে আৰু
Read More...

সদৌ অসম উন্নয়ন পৰিষদৰ নুনমাটি বামুনীমৈদাম আঞ্চলিক গঠন

গুৱাহাটী কলেজত কালি ১৪ নৱেম্বৰ ৰবিবাৰে সদৌ অসম উন্নয়ন পৰিষদৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হৈ যায়। এই সভাতে সংগঠনটোৰ নুনমাটি-বামুনিমৈদাম আঞ্চলিক সমিতিখন গঠন কৰা হয় । কেন্দ্ৰীয় সমিতিৰ সভাপতি মৌচুম কুমাৰ উজীৰৰ সভাপতিত্বত অনুস্হিত হোৱা এই
Read More...

পাইথন উদ্ধাৰৰ বাবে যুটীয়া উদ্ধাৰ অভিযান আৰম্ভ

বাৰপেটাৰোড : এছএছবি ২৭ তম কৰ্পছ আৰু বন পৰিসৰকাৰ্যালয় মানস ভূঞাপৰাৰ বি.ও.পি. ভূঞাপাৰাই এক যুটীয়া উদ্ধাৰ অভিযানত এটা পাইথন উদ্ধাৰ কৰিছে। এই গোটটো স্থাপনৰ দ্বাৰা ভাগ বতৰা কৰা বাস্তৱ সময়ৰ তথ্যৰ ওপৰত আধাৰিত কৰি, বন পৰিসৰ কাৰ্যালয় ভূঞাপৰাৰ
Read More...

নাজিৰাৰ গেলেকীত জব্দ অবৈধ অৰুণাচলী সুৰা

 নাজিৰা ,প্ৰতিবেদক :-  নাজিৰা গেলেকীত স্থানীয় সচেতন যুৱকৰ তৎপৰতাত যোৱা নিশা  বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ কৰা হয় । নাজিৰাৰ গেলেকী সীমান্তৱৰ্তী  শিঙিবিল বি অ' পি ৰ সমীপত স্হানীয় যুৱককেইজনমানে পথেৰে গৈ থকা অৱস্থাত ট্ৰাকখনে আগা -
Read More...

ত্ৰিপুৰাৰ ভাবমূৰ্তিক কলুষিত কৰাৰ অপচেষ্টাঃ উপ মুখ্যমন্ত্ৰী,ত্ৰিপুৰা

ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাই ৰাজ্যখনত সংঘটিত হিংসাত্মক ঘটনাৰ বাতৰি অস্বীকাৰ কৰে আৰু দাবী কৰে যে উত্তৰ-পূবৰ ৰাজ্যখনৰ ভাবমূৰ্তিক কলুষিত কৰাৰ অপচেষ্টা কৰা হৈছে। ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাই ৰাজ্যখনত সংঘটিত
Read More...

মণিপুৰত অসম ৰাইফলছৰ ওপৰত ভয়ংকৰ আক্ৰমণ সন্ত্ৰাসবাদীৰ

মণিপুৰত অসম ৰাইফলছৰ ওপৰত ভয়ংকৰ আক্ৰমণ সন্ত্ৰাসবাদীৰ মণিপুৰৰ চুৰাচাংপুৰত সন্ত্ৰাসবাদীয়ে ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছে । নিহত হৈছে ৭ গৰাকী লোকৰ । কমাণ্ডিং বিযয়া বিপ্লৱ ত্ৰিপাঠীৰ লগতে নিহত হৈছে চাৰিগৰাকী অসম ৰাইফলছৰ জোৱানৰ । ভয়ংকৰ আক্ৰমণটোত নিহত
Read More...

ৰৌতাত ড০ ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত ছাত্ৰক অভিনন্দন জ্ঞাপন

ওদালগুৰি জিলাৰ ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰৌতা চাৰিআলি চহৰৰ মাজমজিয়া ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে সংগঠনটোৰ অৱস্থিত শ্বহীদ বেদীৰ প্ৰাংগণত কালি ৫ নৱেম্বৰৰ সন্ধিয়া ৫ বজাত ড০ ভূপেন হাজৰিকাৰ দশম মৃত্যু
Read More...