Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
উত্তৰ-পূৰ্বাঞ্চল
ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে বান দুৰ্গত ৰাইজলৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ৩ লাখ টকা অনুদান।
কৃষকসকলৰ বাবে ‘মুখ্যমন্ত্ৰী কৃষক উৎকৰ্ষ বঁটা’, লোকপিয়লক লৈও মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
বিজেপিৰ নতুন সাংগঠনিক নিযুক্তি ঘোষণা, ৰাষ্ট্ৰীয় সম্পাদকৰ তালিকাত অসমৰ মৃগাংক বৰ্মন
Bishwanath Road Accidents: বিশ্বনাথৰ সাধাৰুত কিয় পথ দুৰ্ঘটনাৰ আশংকা
অসম
দৈনন্দিন বাৰ্তা
-
October 23, 2024
বিশ্বনাথৰ সাধাৰুত পুণৰ পথ দুৰ্ঘটনাৰ আশংকা।বিশ্বনাথৰ সাধাৰুত যিকোনো মহূৰ্ততে পুণৰ সংঘটিত হ'ব পাৰে ভয়ংকৰ পথ দুৰ্ঘটনা। বিশ্বনাথৰ সাধাৰুৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত থকা এটা ডিভাইডাৰৰ বাবেই উক্ত ঠাইত সঘনাই সংঘটিত হৈ আহিছে শোকাৱহ পথ দুৰ্ঘটনাৰ(Bishwanath Road Accidents) দৰে ঘটনা
Non Mising Inhabited Areas: মিচিং স্বায়ত্ত পৰিষদত অনা-মিচিং অধ্যুষিত অঞ্চল
assam
দৈনন্দিন বাৰ্তা
-
October 23, 2024
পুনৰ চৰকাৰী শুনানীত মঙলবাৰে ১৭টাকৈ জাতি-জনগোষ্ঠীয় সংগঠনে স্পষ্ট কৰিলে, মিচিং স্বায়ত্ব পৰিষদৰ খচৰাৰ পৰা অনা মিচিং গাঁওসমূহ(Non Mising Inhabited Areas) কৰ্তন হ'বই লাগিব। অন্যথা সমগ্ৰ উজনি অসম প্ৰতিবাদত উত্তাল হৈ পৰিব। উল্লেখ্য, শিৱসাগৰ জিলাৰ ১১খনকৈ অনা-মিচিং গাঁও মিচিং স্বায়ত্ব পৰিষদৰ অন্তৰ্ভুক্তিৰ বিৰুদ্ধে শিৱসাগৰত অসমৰ জাতীয় জনগোষ্ঠীয় দ'ল-সংগঠনৰ ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে(Ethnic Groups)।
Tezpur Tractor Hospital: তেজপুৰত জৰাজীৰ্ণ পথ বাবেই ট্ৰেক্টৰতে চিকিৎসালয়লৈ নিলে ৬০ ঊৰ্ধৰ ৰোগীক
অসম
দৈনন্দিন বাৰ্তা
-
October 23, 2024
বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্য্যকালত ৰাজ্যৰ বাট-পথসমূহৰ ব্যাপক উন্নতি সাধন হৈছে বুলি শাসকীয়পক্ষই সততে জয়ঢোল বজাই অহাৰ সময়তে তেজপুৰৰ সমীপৱৰ্তী অঞ্চলত মঙলবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা৷ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঝাৰণি চাপৰিৰ কৃষ্ণ বাহাদুৰ ছেত্ৰী নামৰ এজন ৬০ উৰ্ধৰ ব্যক্তি জৰাজীৰ্ণ পথৰ বাবে অকাল মৃত্যুক সাৱটিব লগা হোৱা ঘটনাই বাট-পথ উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে৷ উল্লেখ্য, ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিহগুৰিৰ পৰা উত্তৰ দিশৰ ঝাৰণি চাপৰি সংযোগী পথছোৱা আজিও কেচাঁ আৰু বোকাময়(Tezpur Tractor Hospital)
Dana Cyclone: সাগৰীয় ঘূৰ্ণী ডানা কালৰূপ ধৰি আহিছে অসম তথা উত্তৰ-পূবলৈ
উত্তৰ-পূৰ্বাঞ্চল
দৈনন্দিন বাৰ্তা
-
October 23, 2024
কালৰূপ ধৰি আহিছে আন এক সাগৰীয় ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম দিয়া হৈছে ডানা। বিশ্বৰ বিধ্বংসী ঘূৰ্ণীৰ মাজৰে এটা হৈছে ডানা। দুই -এদিনৰ ভিতৰতে ডানাই(Dana Cyclone) ওড়িশা , পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আঘাত কৰিব পাৰে। এই ঘূৰ্ণীৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ-পূবতো
Gyanni Funkha App: বড়ো-অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে বিনামূলীয়া ‘জ্ঞাননী ফুংখা’ এপ্ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে
অসম
দৈনন্দিন বাৰ্তা
-
October 22, 2024
ৰাজ্যৰ শিক্ষাখণ্ডলৈ এক অভূতপূৰ্ব পৰিৱৰ্তনৰ অংগীকাৰেৰে মঙলবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসমীয়া আৰু বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে এক অনন্য এপ। ৰাজ্যত শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এনেধৰণৰ এপ এয়াই প্ৰথম বুলি বিবেচিত হৈছে। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰে। ডিমাকুছিৰ শেখৰ শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বন্দৰাম দৈমাৰী মেম'ৰিয়েল ট্ৰাষ্টৰ সহযোগত আয়োজিত অনুষ্ঠানত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে(Biswajit Daimari) আজি ‘জ্ঞাননী ফুংখা’(Gyanni Funkha App) (জ্ঞানৰ উৎস) শীৰ্ষক মবাইল এপটো মুকলি কৰে।
1
...
72
73
74
...
387
Page 73 of 387
Popular
ভূপেন হাজৰিকাৰ জীৱন ভিত্তিক মাণিক চন্দ্ৰ শৰ্মাৰ গ্ৰন্থ “মহাকাশে দিলে মোক বিশাল দৃষ্টি”
দৈনন্দিন বাৰ্তা
-
August 29, 2026