Breaking

কেৱল বেদনা প্ৰকাশৰ বাবেই নহয়, চকুপানীয়ে আপোনাৰ স্বাস্থ্যৰো যতন ৰাখিব পাৰে, কেনেকৈ জানক…

0 344

সাধাৰণতে বিশ্বাস কৰা হয় যে কন্দাটো দুৰ্বল লোকৰ লক্ষণ । এই জগতত বহু লোক আছে যি নিজৰ আবেগ সহজে ৰখাব নোৱাৰি মানুহৰ সন্মুখত অতি সোনকালে কান্দে । আপাত দৃষ্টিত কান্দিলে হৃদয়ে কষ্ট পায় বাবে স্বাস্থ্যৰ বাবে ই অপকাৰী যেন লাগে ।  কিন্তু আপুনি জানি আচৰিত হ’ব  যে কন্দা টো আপোনাৰ স্বাস্থ্যৰ বাবে  অতিকৈ লাভজনক। এইয়া কেনেকৈ !!!  আহক জানো-

কান্দিলে আপোনাৰ চকুৰ ওপৰৰ সকলো মলি সহজে  আঁতৰি যায় ।  ইয়াৰ উপৰিও আৰু আপোনাৰ চকুটো এই সময়ত পানীেও ধুৱা হয় বাবে আপোনাৰ চকুৰ উজ্জলতা বৃদ্ধি পায় ।

যেতিয়া আপুনি কান্দে, তেতিয়া আপোনাৰ মনক চেপি চেপি কষ্ট দি থকা সকলো আৱেগ বা যান্ত্ৰনা বাহিৰ হৈ যায় । যাৰ ফলত আপুনি যিকোনো ধৰণৰ চাপ পৰা মুক্ত হৈ যায় আৰু তেনে ফলত আপুনি বহু ৰোগৰ সন্মুখীন হোৱাৰ পৰা হাত সাৰি যায় ।

Leave A Reply