Breaking

ধেমাজিত এন এছ ইউ আইৰ প্ৰতিবাদ

0 2,034

যোৱা কিছুদিন পূৰ্বে বি জে পি শাসনাধিষ্ঠিত চৰকাৰৰ এজন মন্ত্ৰীয়ে যোৱা কিছুদিন পূৰ্বে ৰাজ পথত গাড়ীৰে মহতিয়াই একাংশ কৃষকক গুৰুতৰ ভাৱে জখম কৰাৰ পিছত কংগ্ৰেছৰ একাংশ নেতৃত্বতই পথ দুৰ্ঘটনাৰ খৱৰ লবলৈ যাওঁতে উত্তৰ প্ৰদেশৰ বিজপি চৰকাৰে শীৰ্ষ নেতা সকলক বাধা আৰূপ কৰাৰ লগতে আটক কৰে৷ ইফালে যোৱাকালি কংগ্ৰেছৰ হাইকামাণ্ডাৰ ৰাহুল গান্ধীকো উত্তৰ প্ৰদেশ আৰক্ষীয়ে বিভিন্ন নগুৰনাগতি কৰাৰ বাবে আজি ধেমাজিত ধেমাজি জিলা এন এছ ইও আই সহযোগত ৰাজ্যিক এন এছ ইও আই নেতৃ বৃন্দই যোগী আদিত্য নাথৰ প্ৰতিমুত্তী দাহ কাৰ্যসূচী ৰূপায়ন কৰে। অনাগত সময়ত ইয়াতকৈ আৰু ভয়াবহ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি জনায়।

Leave A Reply