মৰ্মাহত

অগ্নিকাণ্ডই প্ৰাণ কাঢ়িলে ক’ভিড ৱাৰ্ডৰ ১০ গৰাকী ৰোগীৰ !

মহাৰাষ্ট্ৰ চিকিৎসালয়ৰ ক'ভিড ৱাৰ্ডৰ জুইত ১০ জন ৰোগীৰ মৃত্যু। মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকে কৈছিল যে -আইচিইউটো ক'ভিড ৰোগীসকলৰ চিকিৎসাৰ বাবে নতুনকৈ নিৰ্মাণ কৰা হৈছিল,...

লাহৰীঘাটৰ বগলীপাৰা গাঁৱৰ দুই যুবকৰ থিতাতে মৃত্যু

 মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত ৰজাগাধোৱা গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ হজৰত আলীৰ পূত্র আমিনুল হক  আৰু আব্দুল কাদিৰৰ পূত্র ৰিয়াজুল হকৰ যোৱা ৫...

ওৰাঙৰ গেলাবিলত বিহ খুৱাই হত্যা ২৪টা হাঁহ

ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত গেলাবিলত ৫নবেম্বৰত  ২৪ টাকে হাঁহ হত্যাৰ অতি দুখজনক ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । গাঁওখনৰ নিবাসী দুই ভাই-ককাই...

দিপাৱলীৰ নিশাই ৰঙিয়াত ভয়ংকৰ অগ্নিকাণ্ড।

ৰঙিয়া নগৰৰ মাজমজিয়াত অৱস্থিত শিৱমন্দিৰৰ গাতে লাগি থকা এটা দুমহলীয়া অট্টালিকাৰ ওপৰভাগ জুইত সম্পূৰ্ণ জাহ যায়। প্ৰসন্ন বৈশ্য নামৰ অৱসৰপ্ৰাপ্ত শিক্ষক এজনৰ ঘৰত সংঘটিত...

দেৰগাঁৱৰ সমাজকৰ্মী, লেখক প্ৰবীন অভিনেতা ব্ৰজেন কুমাৰ দত্তৰ পৰলোক

দেৰগাঁৱৰ জেলেহুৱা গাঁৱৰ নিবাসী সমাজকৰ্মী, প্ৰবীন অভিনেতা ব্ৰজেন কুমাৰ দত্ত (৭৫) ৰ আজি পুৱা ৫-৩০ বজাত হৃদৰোগত আক্ৰান্ত হৈ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ...

Popular