মৰ্মাহত

নাজিৰাৰ প্ৰবীণ এথলেট দণ্ডী ফুকনৰ পৰলোক

নাজিৰাৰ ৰাজপথত শুভ্ৰ ধুতী পাঞ্জাৱী চোলা পৰিধান কৰি নিতৌ চাইকেল চলাই এক ক্ৰীড়াৰ মানসিকতা প্ৰদৰ্শন কৰি অহা শতবৰ্ষমুখী খেলুৱৈ দণ্ডী ফুকনৰ কালি বিয়লি ১২-৪৫...

বহি: ৰাজ্যত সাপেখাতীৰ যুৱকৰ ৰহস্যজনক মৃত্যু

সংস্থাপন বিচাৰি গৈ বহি: ৰাজ্যত  মৃত্যুক সাৱটিলে অসমৰ এজন যুৱকে । চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত নৱজ্যোতি গাৱঁৰ  নিৰ্বাসী   উপেন হাজৰিকা আৰু দুলুমণি...

বৰপথাৰৰ বিশিষ্ট ব্যৱসায়ী প্ৰদিপ বৰবৰাৰ দেহাৱসান।

 গোলাঘাট জিলাৰ বৰপথাৰ নগৰৰ নিবাসী তথা সমগ্ৰ অঞ্চলটোৰ বিশিষ্ট ব্যৱসায়ী প্ৰদীপ বৰবৰা(৫৯)ৰ ১৮ জুলাইৰ গধুলি প্ৰায় ৭-৪৫ বজাত দিল্লীত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটাত শোকস্তব্ধ...

দুমুনীচকীৰ ঈদগাহ ময়দান আৰু মছজিদ সমূহত দেখা গল এক নিমাও মাও পৰিবেশ

আজি পবিত্ৰ ঈদ-উল-আজহা।  ইছলাম ধৰ্মালম্বী লোকসকলে পালন কৰা এই পবিত্ৰ ঈদৰ উৎসৱ ম্লান পৰা দেখা গৈছে। জাক জমকতাৰ বিপৰীতে ঈদগাহ ময়দান সমূহত দেখা গল...

শাওনৰ পথাৰৰ নাঙলৰ শিৰলুত সপোন ৰচাত ব্যস্ত মেলেঙৰ এগৰাকী ব্যতিক্ৰমী যুৱতী

যোৰহাট জিলা মেলেঙৰ এগৰাকী ব্যতিক্ৰমী যুৱতী । নাম ৰিমঝিম দত্ত। ঘৰ টীয়কৰ মেলেং গায়ন গাঁৱত । ভূগোল বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ৰিমঝিমে চৰকাৰী...

Popular