মৰ্মাহত

জামুগুৰিহাটত অৱসৰপ্ৰাপ্ত কৃতি শিক্ষকৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

জামুগুৰিহাট : জামুগুৰিহাটৰ অন্তৰ্গত মুঢ়াদল গাঁও নিবাসী তথা উত্তৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক প্ৰফুল্ল হাজৰিকাৰ আজি পুৱা পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত...

আত্মঘাতী হল এগৰাকী ছাত্ৰী।

কৰিমগঞ্জ : উচ্চমাধ্যমিক পৰীক্ষাত উৰ্ত্তীন হ'ব নোৱাৰি মৃত্যুৰ পথ আকোৱালি লয় এগৰাকী ছাত্ৰীয়ে । আত্মহত্যাৰ পথ বাছিলোৱা ছাত্ৰী গৰাকীৰ ঘৰ কৰিমগঞ্জ চহৰৰ বিপিনপাল ৰোড এলেকাত। কৰিমগঞ্জ...

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱজ্যোতি শইকীয়াৰ মৃত্যু ৷

ননৈ : নগাঁও জিলাৰ মৰিকলং জ্যোতিনগৰ নিৱাসী তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱজ্যোতি শইকীয়াৰ ১৬ জুন মঙ্গলবাৰে পুৱা নিজা বাসভৱনত  পৰলোকপ্ৰাপ্তি হয়৷ মাহদিয়েক পূৰ্বে উচ্চ...

নাজিৰাৰ গেলেকীৰ ডিএছএ অ’এনজিচি কলনিৰ কোৱাৰেণ্টইন শিৱিৰত চাঞ্চল্যকৰ ঘটনা : বিদ্যুৎস্পষ্ট হৈ থিতাতে মৃত্যু এজন কৰ্মচাৰী ।

নাজিৰা : দেশৰ মহাৰত্ন উদ্যোগ অ'এনজি চি অসম সম্পদৰ অধীনস্থ নাজিৰা মহকুমাৰ গেলেকী ডিএছএ কৰ্তৃপক্ষৰ চৰম অকমৰ্ণতাৰ বাবে যোৱা নিশা কোৱাৰেণ্টইন চেণ্টাৰত বিদ্যুৎস্পষ্ট হৈ...

ডবকা ভেলৌগুৰিত জঘন্য ঘটনা, ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি ঘৰতেই পেলাই থৈ গল মৃতদেহ ।

ডবকা : জঘন্য, অমানৱীয়, মৰ্মান্তিক এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে ডবকাৰ ভেলৌগুৰি আদৰ্শ গাঁৱত। এগৰাকী নাবালিকা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰি ঘৰতেই পেলাই থৈ গল...

Popular