Breaking

বৰপেটাৰ হাউলী থানাৰ অ’চিক ৰিজাৰ্ভ ক্ল’জ

0 127

হাউলী থানাৰ অ’চি গোপাল বৰাক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে।

এটা দুৰ্ঘটনাৰ তদন্তত ভুল কৰাৰ বাবে ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে হাউলী থানাৰ অ’চি গোপাল বৰাক।

এখন ডাম্পাৰে সংঘটিত কৰিছিল এটা দুৰ্ঘটনা।

দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ চালকৰ লাইচেঞ্চ নাছিল বাবে হাজিৰ কৰোৱা নাছিল আদালতত।

তাৰ বিপৰীতে আন এজনক হাজিৰ কৰিছিল আদালতত।

ৰহস্যজনক ভাৱে দুৰ্ঘটনাৰ তথ্য লুকুৱাবলৈ চেষ্টা কৰিছিল অ’চি গোপাল বৰাই।

আৰু এই ঘটনা পোহৰলৈ অহাৰ পাছতে ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে অ’চি গোপাল বৰাক।

Leave A Reply