Breaking

ওদালগুৰি ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

0 1,022

২৯ ডিচেম্বৰত ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যলয়ৰ পৰা আৰম্ভ কৰি সদৰৰ মাজমজিয়াত থকা আছুৰ শ্বহীদ বেদীৰ সম্মুখত অসম চৰকাৰৰ মন্ত্ৰী তথা ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী অতুল বৰাৰ পুত্তলিকা দাহ কৰে । অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ’ বেক, অতুল বৰা হাই হাই ধ্বনিৰে উত্তালকৰি তোলে ওদালগুৰি চহৰ।

বন্দী কৰি ৰখা আছু কৰ্মী সকলক অতি শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবী জনাই ভবিষ্যতৰ দিনত আছুৰ ওপৰত অত্যাচাৰ চলালে আন্দোলন তীব্ৰতৰ হব বুলি ভাবুকি প্ৰদান কৰে।উক্ত কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক বিতোপন দাসেকে ধৰি ভালেমান নেতৃস্হানীয় আছু নেতা উপস্হিত আছিল।

Leave A Reply