Breaking

শিৱৰাত্ৰিৰ উপলক্ষে জাগীৰোডৰ ঐতিহাসিক “গোভা দেওঁৰজা চাৰিভাই দেওঁশাল শিৱ থান”ত সেৱা ল’লে মন্ত্ৰী পীয়ূষ হাজৰিকাই

0 59

পৱিত্ৰ মহা শিৱৰাত্ৰি উপলক্ষে জাগীৰোডস্থিত ঐতিহাসিক “গোভা দেওঁৰজা চাৰিভাই দেওঁশাল শিৱ থান”ত উপস্থিত হৈ সকলোৰে মঙ্গল কামনাৰে দেৱাদিদেৱ মহাদেৱৰ অভয় চৰণত ভক্তি সেৱা জনাই মন্ত্ৰী পীয়ূষ হাজৰিকাই।

ইয়াৰ পাছতে জাগীৰোড পূব আঞ্চলিক কৰ্কটবস্তি শিৱ মন্দিৰ, শ্ৰীশ্ৰী শিৱ স্থান নেপালী মন্দিৰ, জাগীৰোড শিৱ মন্দিৰ আৰু য়ুথ ক্লাৱৰ দ্বাৰা আয়োজিত পূজাত উপস্থিত হৈ সেৱা লই মন্ত্ৰীগৰাকীয়ে।

বিভূতিভূষণ মহাদেৱৰ অম্লান আশিসে সকলোৰে জীৱন সুখ-শান্তি-সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনাই মন্ত্ৰীগৰাকীয়ে।

Leave A Reply