Breaking

নাৰী দিৱস উপলক্ষে Rotary Club Dispur Guwahatiয়ে ‘কন জলকীয়াৰ’ স্বতাধিকাৰী স্তুতি হাজৰিকালৈ আগবঢ়াই সম্বৰ্ধনা…

0 132

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে Rotary Club Dispur Guwahati এ বিভিন্ন ব্যৱসায়িক ক্ষেত্ৰত কাম কৰি থকা কন জলকীয়াৰ শ্বতা ধিকাৰী স্তুতি হাজৰিকা কে ধৰি উদ্যমী মহিলা সকলক সম্বৰ্ধনা আগবঢ়াই।

এই অনুষ্ঠানটো ডাউন টাউন হাস্পাতেলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়,এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে career counselor Asst professor Don Bosco university Dr Buljit Buragohain কে আদি কৰি Rotary club দিছপুৰৰ সদস্য অৱসৰ প্ৰাপ্ত Additional Director of industries prafulla kumar saikia আৰু rotary club ৰ সদস্য সকল ।

Leave A Reply