Breaking

একপক্ষীয় প্ৰেমিকা উৰ্বশী ৰৌতেলা‌ই কান্দোনত ভাঙি পৰিল ঋষফ পণ্টৰ দুৰ্ঘটনাৰ খবৰ শুনি…

0 104

কান্দোনত ভাঙি পৰিল উৰ্বশী ৰৌতেলা । ক্ৰিকেটাৰ ঋষফ পণ্টৰ দুৰ্ঘটনাৰ খবৰ শুনি মূৰ ঘূৰাই পৰি গ’ল অভিনেত্ৰী গৰাকী ।

দীৰ্ঘদিনৰ পৰা একপক্ষীয় প্ৰেম কৰি আহিছিল উৰ্বশীয়ে কিন্তু ঋষফৰ প্ৰেমিকা থকাৰ বাবে গুৰুত্বহীন কৰিছিল সৌন্দৰ্যৰে ভৰা অভিনেত্ৰী গৰাকীক । কিন্তু তথাপিও আজি উৰ্বশী ৰৌতেলা‌ই কান্দোনত অৱস্থা বেয়া একমাত্ৰ ঋষভৰ বাবে।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়েও এয়াৰ এম্বুলেন্স সাজু কৰি ৰাখিবলৈ নিৰ্দেশ দিয়ে
উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামীয়ে বিষয়াসকলৰ পৰা ঋষভ পন্তৰ স্বাস্থ্য সন্দর্ভত সোধা-পোছা কৰি পন্তৰ চিকিৎসাৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা কৰিবলৈ নির্দেশ দিছে৷ তেওঁ কৈছে যে যদি এয়াৰ এম্বুলেন্সৰ প্ৰয়োজন হয়, তেন্তে সেইটোও ব্যৱস্থা কৰা হ’ব। ঋষভ পন্তৰ আশু আৰোগ্য কামনা কৰি মুখ্যমন্ত্রীয়ে কয় যে তেওঁৰ চিকিৎসাৰ সকলো খৰচ ৰাজ্য চৰকাৰেও বহন কৰাৰ কথা ঘোষণা কৰিছে৷

Leave A Reply