Breaking

এগৰাকী ছাত্ৰীৰ মৃত্যু ঘটিছিল পানীখাইতি অঞ্চলত ! এতিয়া এজাহাৰ দাখিল কৰিবলৈ যোৱা মৃতকৰ পৰিয়ালক হাৰাশাস্তি…

0 34

মহানগৰ আৰক্ষীৰ কাণ্ডত বিমোৰত এটা পৰিয়াল । এজাহাৰ দাখিল কৰিবলৈ যোৱা মৃতকৰ পৰিয়ালক হাৰাশাস্তি। এগৰাকী ছাত্ৰীৰ মৃত্যু ঘটিছিল পানীখাইতি অঞ্চলত।

ঘটনাৰ তদন্তৰ বাবে এজাহাৰ দাখিলৰ বাবে গৈছিল পৰিয়ালটো। পানীখাইতি আৰক্ষী চকীয়ে গ্ৰহণ নকৰে এজাহাৰ।আৰক্ষীৰ মতে এজাহাৰ দিব লাগে ধেমাজি আৰক্ষীক ।

উপায়ান্তৰ পৰিয়ালটো কাষ চাপে প্ৰাগজ্যোতিষপুৰ আৰক্ষীৰ । প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে পৰিয়ালটো ঘূৰাই পঠিয়ালে পানীখাইতিলৈ।

Leave A Reply