Breaking

শিৱসাগৰৰ জেঙনীকটিয়া বজাৰগৃহত বিধায়ক অখিল গগৈৰ সহযোগত সমূহীয়া ইফটাৰৰ আয়োজন…

0 65

পবিত্ৰ ৰমজান মাহৰ ৰোজা চলি থকাৰ ক্ষণত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে আগবঢ়ালে ৰাজহুৱা ইফটাৰ। শিৱসাগৰৰ জেঙনীকটিয়া বজাৰগৃহত ৰাইজৰ দলৰ উদ্যোগত এই সমূহীয়া ইফটাৰৰ আয়োজন।

বিধায়ক অখিল গগৈৰ সহযোগত ৰাজহুৱা ইফটাৰ গ্ৰহণ কৰিছে ৰোজাদাৰ সকলে । য’ত প্ৰায় তিনি শতাধিক ৰাইজে বিধায়ক গৰাকীয়ে আগবঢ়োৱা ইফটাৰত অংশ গ্ৰহণ কৰিছে। লগতে ৰাজহুৱা ইফটাৰত ৰাইজৰ দলৰ বহু কৰ্মীয়েও ভাগ লোৱা দেখা গৈছে ।

Leave A Reply